• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! ডিব্ৰুগড়ত ইনোভা আৰু ট্ৰাকৰ সংঘৰ্ষত গুৱাহাটীৰ একেটা পৰিয়ালৰে ২ জন নিহত, আহত ৫জন

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
September 11, 2023 7:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক মৰ্মান্তিক ঘটনাত দেওবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ লেপটাকাটা অঞ্চলত এখন ট্ৰাকৰ সৈতে ইনোভাৰ মুখামুখি সংঘৰ্ষত কমেও ২ জন লোকৰ মৃত্যু হয়।

বাতৰি অনুসৰি, লোককেইজন এএছ-০১-জেচি ৩০৭৬ নম্বৰৰ ইনোভা গাড়ীৰে গৈ থকা অৱস্থাত হাৰিয়ানাৰ পঞ্জীয়ন থকা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়।

নিহত লোক দুজনৰ এগৰাকী পুষ্পা সুৰেখা আগৰৱাল(৬৫) আৰু আনজন গাড়ীখনৰ চালক।

আহতসকল হৈছে সতীশ কুমাৰ আগৰৱাল(৪৫), পম্পি আগৰৱাল(৪২), কৃষ্ণ কুমাৰ আগৰৱাল(২৫), নিৰ্মল কুমাৰ আগৰৱাল(৭০), নমল আগৰৱাল আৰু গোলো আগৰৱাল।

আৰক্ষীৰ মতে, আটাইকেইজনেই একেটা পৰিয়ালৰ আৰু তেওঁলোক গুৱাহাটীৰ এবিচি এলেকাৰ ৪ নং ফ্লেটৰ বাসিন্দা।

ইপিনে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আহতসকলক চিকিৎসাৰ বাবে এ এম চি এইচলৈ প্ৰেৰণ কৰা হয়।

“এইটো এক অতি মৰ্মান্তিক ঘটনা। আমি এক বিকট শব্দ শুনিলো। আমি যেতিয়া ওলাই আহিলো, দেখিলো এক ট্ৰাক আৰু ইনোভাৰ মাজত দুৰ্ঘটনা সংঘটিত হৈছে। আহতসকলক হাস্পাতাললৈ নিয়া হয় আৰু তাৰে কেইজনমান হৈছিল।  এইটো এটা দুৰ্ঘটনা প্ৰৱণ অঞ্চল আৰু অতি বেগত গাড়ী চলোৱাৰ বাবে এই বিশেষ অঞ্চলটোত বহু দুৰ্ঘটনা সংঘটিত হৈছে।’- স্থানীয় এজন বাসিন্দাই এইদৰে কয়।

শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মঙলবাৰে (৫ ছেপ্টেম্বৰ) এখন মিনি পঞ্জাৱ বডি ট্ৰাকৰ সৈতে মেজিকৰ সংঘৰ্ষত ৭ জন লোকৰ থিতাতে মৃত্যু হৈছিল।

ডুমডুমাৰ সাপ্তাহিক বজাৰৰ পৰা উভতি আহি থকা যাত্ৰীসকলৰ বাহনখনে মিনি  ট্ৰাকখনৰ সৈতে খুন্দা মাৰিছিল।

এগৰাকী আৰক্ষী বিষয়াই কয়, “গাড়ী চলোৱাৰ সময়ত অতি বেগত চলোৱাৰ অসাৱধানতাৰ বাবেই এই দুৰ্ঘটনাবোৰ সংঘটিত হৈছে। এই সপ্তাহত উজনি অসম অঞ্চলত বহু দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহু লোকৰ মৃত্যু হৈছে। গাড়ী চলোৱাৰ সময়ত সকলোৱে অতিৰিক্ত সতৰ্ক হ’ব লাগে আৰু সকলো যান-বাহন আৰু সুৰক্ষাৰ নিয়ম মানি চলিব লাগে।” .

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd