• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! ডিব্ৰুগড়ত ইনোভা আৰু ট্ৰাকৰ সংঘৰ্ষত গুৱাহাটীৰ একেটা পৰিয়ালৰে ২ জন নিহত, আহত ৫জন

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
September 11, 2023 7:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক মৰ্মান্তিক ঘটনাত দেওবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ লেপটাকাটা অঞ্চলত এখন ট্ৰাকৰ সৈতে ইনোভাৰ মুখামুখি সংঘৰ্ষত কমেও ২ জন লোকৰ মৃত্যু হয়।

বাতৰি অনুসৰি, লোককেইজন এএছ-০১-জেচি ৩০৭৬ নম্বৰৰ ইনোভা গাড়ীৰে গৈ থকা অৱস্থাত হাৰিয়ানাৰ পঞ্জীয়ন থকা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়।

নিহত লোক দুজনৰ এগৰাকী পুষ্পা সুৰেখা আগৰৱাল(৬৫) আৰু আনজন গাড়ীখনৰ চালক।

Apply Now

আহতসকল হৈছে সতীশ কুমাৰ আগৰৱাল(৪৫), পম্পি আগৰৱাল(৪২), কৃষ্ণ কুমাৰ আগৰৱাল(২৫), নিৰ্মল কুমাৰ আগৰৱাল(৭০), নমল আগৰৱাল আৰু গোলো আগৰৱাল।

আৰক্ষীৰ মতে, আটাইকেইজনেই একেটা পৰিয়ালৰ আৰু তেওঁলোক গুৱাহাটীৰ এবিচি এলেকাৰ ৪ নং ফ্লেটৰ বাসিন্দা।

ইপিনে, আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আহতসকলক চিকিৎসাৰ বাবে এ এম চি এইচলৈ প্ৰেৰণ কৰা হয়।

“এইটো এক অতি মৰ্মান্তিক ঘটনা। আমি এক বিকট শব্দ শুনিলো। আমি যেতিয়া ওলাই আহিলো, দেখিলো এক ট্ৰাক আৰু ইনোভাৰ মাজত দুৰ্ঘটনা সংঘটিত হৈছে। আহতসকলক হাস্পাতাললৈ নিয়া হয় আৰু তাৰে কেইজনমান হৈছিল।  এইটো এটা দুৰ্ঘটনা প্ৰৱণ অঞ্চল আৰু অতি বেগত গাড়ী চলোৱাৰ বাবে এই বিশেষ অঞ্চলটোত বহু দুৰ্ঘটনা সংঘটিত হৈছে।’- স্থানীয় এজন বাসিন্দাই এইদৰে কয়।

শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মঙলবাৰে (৫ ছেপ্টেম্বৰ) এখন মিনি পঞ্জাৱ বডি ট্ৰাকৰ সৈতে মেজিকৰ সংঘৰ্ষত ৭ জন লোকৰ থিতাতে মৃত্যু হৈছিল।

ডুমডুমাৰ সাপ্তাহিক বজাৰৰ পৰা উভতি আহি থকা যাত্ৰীসকলৰ বাহনখনে মিনি  ট্ৰাকখনৰ সৈতে খুন্দা মাৰিছিল।

এগৰাকী আৰক্ষী বিষয়াই কয়, “গাড়ী চলোৱাৰ সময়ত অতি বেগত চলোৱাৰ অসাৱধানতাৰ বাবেই এই দুৰ্ঘটনাবোৰ সংঘটিত হৈছে। এই সপ্তাহত উজনি অসম অঞ্চলত বহু দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহু লোকৰ মৃত্যু হৈছে। গাড়ী চলোৱাৰ সময়ত সকলোৱে অতিৰিক্ত সতৰ্ক হ’ব লাগে আৰু সকলো যান-বাহন আৰু সুৰক্ষাৰ নিয়ম মানি চলিব লাগে।” .

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd