• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহানগৰীত কৰ্তব্যৰত দুগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা; ৰোগীক কৰিলে ৰক্তদান

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 20, 2020 7:56 pm

1 min read

index.jpg99
1.7k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ছোৱাত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত ৰোগীৰ বাবে এটোপাল তেজৰ হাহাকাৰ হৈ থকাৰ সময়তে এজন ৰোগীক তেজৰ যোগান ধৰিলে মহানগৰত কৰ্মৰত দুগৰাকী আৰক্ষী বিষয়াই।

ল’কডাউনৰ দিনকেইটাত জনতাক ৰক্ষাৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰি কৰ্মৰত এইসকল আৰক্ষী বিষয়া। কিন্তু তাৰ মাজতো তেওঁলোকে হেৰুওৱা নাই মনৰ উদ্যম আৰু মানুহক বিপদত সহায় কৰাৰ মানসিকতা।

প্ৰণৱ বৈশ্য

ৰক্তদান মহান দান, এইকথা সাৰোগত কৰি আগুৱাই আহিল পল্টনবজাৰ থানাত কৰ্মৰত আৰক্ষী বিষয়া পংকজ প্ৰতিম মহন্ত আৰু প্ৰণৱ বৈশ্য।

মহানগৰীৰ এক্সেল কেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈ থকা বিশ্বজিৎ টাইড নামৰ ৰোগীগৰাকীক ৰক্ত দান কৰে দুয়োগৰাকী আৰক্ষী বিষয়াই।

পংকজ প্ৰতিম মহন্ত

ল’কডাউনৰ ফলত তেজৰ অভাৱত পৰিছিল ৰোগীজন। তাৰ মাজতে সহায়ৰ বাবে দুগৰাকীকৈ আৰক্ষী বিষয়া আগুৱাই অহাত চিকিৎসালয়খনৰ চিকিৎসকেও তেওঁলোকক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd