• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত মটৰচাইকেলত অহা দুৰ্বৃত্তই মহিলাৰ পৰা থপিয়াই নিলে দুই লাখ টকা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 31, 2019 6:53 pm
দুৰ্বৃত্তৰ দ্বাৰা সৰ্বস্বান্ত হোৱা মহিলা গৰাকী।

দুৰ্বৃত্তৰ দ্বাৰা সৰ্বস্বান্ত হোৱা মহিলা গৰাকী।

456
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত এতিয়া বাইকত অহা দুৰ্বৃত্তই টকাৰ বেগ থপিয়াই নিয়াৰ দৰে ঘটনা নিতৌ সংঘটিত হৈ আহিছে। অলপতে এলাহাবাদ বেংকৰ পৰা তিনিলাখ টকা উলিয়াই আহি থকা অৱস্থাত এ এছ টি চি তিনি আলিত বাইকেৰে অহা দুৰ্বৃত্তই টকাৰ বেগটো থপিয়াই নিয়াৰ পিছতে আজি পুনৰ এগৰাকী মহিলাৰ পৰা দুই লাখ টকা থপিয়াই লৈ যায়।

ঘটনাৰ বিৱৰণী মতে শিৱসাগৰ জিলাৰ বেতবাৰীৰ চেতিয়া কৈৱৰ্ত গাঁৱৰ দিপালী দাস নামৰ এগৰাকী মহিলাই এ এছ টি চি চৌহদত থকা ইউকো বেংকৰ পৰা নগদ দুই লাখ টকা উলিয়াই পুত্ৰৰ সৈতে স্কুটীৰে দ’লমুখ চাৰিআলিৰ দিশে আহি আছিল। তেনে অৱস্থাতেই ক’লা ৰঙৰ মটৰচাইকেলত অহা দুই দুৰ্বৃত্তই পিছফালৰ পৰা টকাৰ বেগটো থপিয়াই নিয়ে।

দুৰ্বৃত্তই থপিয়াই নিয়া বেগটোত নগদ দুই লাখ টকাৰ লগতে বেংকৰ চেক বুক, পাছবুক, ষ্টাম্প আৰু এটা মোবাইলফোন আছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীয়ে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে শিৱসাগৰত এনেদৰে বাইকত অহা দুৰ্বৃত্তই টকাৰ বেগ কাঢ়ি নিয়াটো দৈনিক সংঘটিত হৈছে যদিও আজিলৈকে দুৰ্বৃত্তক কৰায়ক্ত কৰিবলৈ সক্ষম হোৱা নাই শিৱসাগৰ আৰক্ষী। যাৰবাবে শিৱসাগৰৰ ৰাজপথত নিৰাপত্তাহীনতাত ভুগিছে জনসাধাৰণ।

Recent News

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd