• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পলাই অহা শিৱসেনা বিধায়কৰ বিস্ফোৰক মন্তব্য- ’মোক বিষাক্ত বেজী দি হত্যা কৰিব বিচাৰিছিল!’

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 22, 2022 8:25 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ দ্ৰুত গতিত পট পৰিৱৰ্তন ঘটিছে। একনাথ চিন্দেৰ শিবিৰ ত্যাগ কৰি পলায়ন কৰা বুলি চৰ্চা হোৱা শিৱসেনাৰ দুজন বিধায়ক নিতিন দেশমুখ আৰু কৈলাশ পাটিলে চুৰাটৰ পৰা কিদৰে ‘পলাই’ আহিছিল সেই বৰ্ণনা বিধায়ক দুগৰাকীয়ে দাঙি ধৰিছে। শিৱসেনাৰ বিধায়ক নিতিন দেশমুখে আনকি গুজৰাট আৰক্ষীয়ে তেওঁক বিষাক্ত বেজীৰে হত্যা কৰাৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে।

তেওঁ কয় যে তেওঁ এজন প্ৰকৃত শিৱ সৈনিক আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতেই তেওঁ আছে। তেওঁ কয় “মই পথভ্ৰষ্ট হৈছিলোঁ আৰু চুৰাটলৈ গৈছিলো। মই পলাই যাবলৈ চেষ্টা কৰিছিলো, কিন্তু গুজৰাট আৰক্ষীয়ে মোক বাধা দিছিল,” ।

Apply Now

তেওঁ কয় যে তেওঁৰ কোনো স্বাস্থ্যজনিত সমস্যা নাই, কিন্তু এজন চিকিৎসকে গুজৰাটত তেওঁক কৈছিল যে তেওঁ হৃদযন্ত্ৰৰ সমস্যাত ভুগিছিল।” মই আচৰিত হৈছিলোঁ আৰু এই বিষয়ত প্ৰশ্ন কৰিছিলো, কিন্তু তেওঁলোকে মোক সন্তোষজনক উত্তৰ দিব নোৱাৰিলে। তেওঁলোকে মোক কিছুমান বেজী দিছিল। ফলত মোৰ গাটো বেয়া লাগিছিল। ২০০-২৫০ জন গুজৰাট আৰক্ষীৰ লোকে মোক অনুসৰণ কৰিছিল। তেওঁলোকৰ কিছুমানে আনকি যেতিয়া মই পলাই যাবলৈ চেষ্টা কৰিছিলো তেতিয়া মোক প্ৰহাৰ কৰিছিল। মই সুখী যে মই সকলো অতিক্ৰম কৰি মহাৰাষ্ট্ৰলৈ উভতি আহিব পাৰিছো। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু শিৱ সৈনিকসকলৰ সমৰ্থনৰ বাবেই মই এজন শিৱসেনাৰ বিধায়ক। মই এতিয়া গুৱাহাটীত থকা আন বিধায়কসকলকো মুম্বাইলৈ উভতি আহি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে থাকিবলৈ অনুৰোধ জনাইছো,” ।

ইয়াৰ আগতে, নিতিন দেশমুখৰ পত্নীয়ে আকোলা আৰক্ষী থানাত তেওঁৰ স্বামী নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল। চুৰাটৰ উভতি অহা শিৱসেনাৰ বিধায়ক কৈলাশ পাটিলেও কয় যে তেওঁ বিপথে পৰিচালিত হৈছিল। তেওঁ কৈছিল যে একনাথ চিন্দেই তেওঁক ডিনাৰলৈ আমন্ত্ৰণ জনাইছে। তেওঁ বিশ্বাস কৰিছিল যে এটা ডিনাৰ পাৰ্টি হয়তো আয়োজন কৰা হৈছে।

কিন্তু তেওঁক গুজৰাটলৈহে লৈ যোৱা হ’ল। পাটিলে কয় যে তেওঁ চাৰি কিলোমিটাৰতকৈও অধিক খোজ কাঢ়িছিল আৰু মুম্বাইলৈ উভতি যাবলৈ এখন ব্যক্তিগত ট্ৰাকতো উঠিছিল। সেই মুহূৰ্তটো ব্যাখ্যা কৰি তেওঁ কয় ’ মই তেতিয়া অন্ধকাৰ অৰণ্যলৈ দৌৰি গৈছিলো আৰু নিজকে এটা জোপোহাৰ পিছফালে লুকুৱাই ৰাখিছিলো।

তাৰ পিছত, অন্ধকাৰৰ মাজে মাজে মই মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ সীমালৈ দৌৰি আছিলো। এনেদৰে মই এটা সময়ত মুম্বাই পাবলৈ সক্ষম হৈছিলো। মই আনকি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক ফোন কৰিছিলো আৰু তেওঁক চিন্দেৰ ষড়যন্ত্ৰৰ বিষয়ে অৱগত কৰিছিলো। মই সকাহ পাইছো যে মই মুম্বাইলৈ ঘূৰি আহিব পাৰিছো। ” ।

শিৱসেনাৰ নেতা সঞ্জয় ৰাউতেও অভিযোগ কৰিছিল যে সেনাৰ বিধায়কসকলক বিজেপিৰ সহায়ত বল প্ৰয়োগ কৰি অপহৰণ কৰা হৈছিল। উল্লেখ্য শিৱসেনাৰ বিধায়কসকলক প্ৰথমে চুৰাটৰ হোটেললৈ আৰু তাৰ পিছত গুৱাহাটীলৈ লৈ যোৱা হৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd