• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰল ৰোগত আক্ৰান্ত! দুমহীয়া শিশুক দিয়া হ’ব ১৬কোটি টকীয়া ইনজেকশ্যন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2020 3:25 pm
8-week-old-baby

ফটো: সংগৃহিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ দুমহীয়া এটি শিশুক বিশ্ৰ আটাইতকৈ ব্যয়ব্হুল ইনজেকশ্যন দিয়া হ’ব। ব্ৰিটেইনৰ এটি শিশুক দিয়া হ’ব এই ইনজেকশ্যন।

নিশ্চিতভাৱে সকলোৰে মনত এটা প্ৰশ্ন উঠিব পাৰে যে কি ৰোগৰ বাবে এটি পানী কেঁচুৱাক ১৬কোটি টকীয়া ইনজেকশ্যন দিয়া হ’ব। এই ৰোগক নাম হৈছে জেনেটিক স্পাইনেল ম্যেছকুলাৰ অ্যাথ্ৰফি(এসএমএ)।

Apply Now

এই ইনজেকশ্যনৰ দাম শুনি সকলোৱে নিশ্চয় বুজিব পাৰিছে যে এই ৰোগ সাধাৰণ নহয় বা কেন্সাৰতকৈয়ো নিশ্চয় ই মাৰাত্মক।

জেনেটিক স্পাইনেল ম্যেছকুলাৰ অ্যাথ্ৰফি শৰীৰত এছএমএন-১জিনৰ অভাৱ ঘটিলে হয়।

ইয়াৰ ফলত বুকুৰ পেশী দুৰ্বল হৈ পৰে আৰু উশাস লওঁতে কষ্ট হয়। এই ৰোগ বেছিভাগ শিশুসকলৰ মাজতে হয় আৰু পাছত ইয়াৰ অসুবিধাসমূহ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যুমুখত পৰে।

ব্ৰিটেইনত এই ৰোগ বেছিকৈ হয়। ইয়াত প্ৰতিবছৰে প্ৰায় ৬০গৰাকী এনে শিশু জন্মগ্ৰহণ কৰে যাৰ এনে ৰোগ থাকে।

ব্ৰিটেইনত আৰু শিশু আছে যি এনে ৰোগত ভূগিছে। কিন্তু ইয়াৰ ঔষধ তাত প্ৰস্তুত নহয়। এই ইনজেকশ্যনৰ নাম হৈছে জ’লগেনছমা।

এই ইনজেকশ্যনটো ব্ৰিটেইনলৈ আমেৰিকা, জাৰ্মানী আৰু জাপানৰ পৰা অনা হয়। আক্ৰান্ত ৰোগীক মাত্ৰ এবাৰেই এই ইনজেকশ্যনটো দিয়া হয়।

পূৰ্বতে এই ৰোগৰ কোনো চিকিৎসা নাছিল। বহু গৱেষণা তথা পৰীক্ষা-নিৰীক্ষাৰ পাছত ২০১৭চনত এই ৰোগৰ ক্ষেত্ৰত সফলতা লাভ হয়।  এই বৰ্ষতে ১৫টি শিশুক এই দৰৱ দিয়া হৈছিল। সেই সময়ত এই শিশুকেইটি ২০ সপ্তাহতকৈ অধিক সময় বাচি আছিল।

ব্ৰিটেইনত এইবাৰ ১৬কোটি টকীয়া ইনজেকশ্যন দিবলগীয়া শিশুটিৰ নাম হৈছে এড’ৱাৰ্ড। শিশুটিৰ পিতৃ-মাতৃয়ে এনে ব্যয়বহুল চিকিৎসাৰ বাবে সাহায্যৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল।

বৰ্তমানলৈকে তেওঁলোকে এইদৰে ১.১৭ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।  তেওঁলোকৰ বাবে শিশুটিৰ জীৱন টকাতকৈয়ো বহু বেছি, এই কথাই জানিবলৈ দিয়ে শিশুটিৰ পিতৃ-মাতৃয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd