• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি পুনৰ গুৱাহাটীত ওলাল দুজন কোভিড-১৯ পজিটিভ ৰোগী; ৰাজ্যত ৯১জনলৈ বৃদ্ধি

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 16, 2020 12:41 pm

1 min read

COVID19: 1724 persons discharged in Assam on Tuesday

প্ৰতিনিধিত্বমূলক ফটো

7.6k
VIEWS
Share on FacebookShare on Twitter

আজিৰ দিনটোত কামৰূপ মহানগৰ জিলাত ২ গৰাকীকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে।

এই দুয়োগৰাকী লোক ফাঁচীবজাৰৰ আলু গুদামৰ লগত জড়িত।

অসমত এতিয়ালৈকে ৯১ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। তাৰে ৪৬ জন চিকিৎসাধীন। ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ইতিমধ্যে দুগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে।

ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে আজি জনাইছে এই কথা।

Alert ~ 2 more persons, related to Aloo Godam case, test #COVID19 + in Guwahati.

↗️Total cases 91
↗️Recovered 41
↗️Active cases 46
↗️Deaths 2
↗️Migrated 2

Update 12.15 pm/May 16#AssamCovidCount pic.twitter.com/y4A64Mfzr3

— Himanta Biswa Sarma (@himantabiswa) May 16, 2020

কালিৰ দিনটোতো তিনিজনকৈ লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।

ইয়াৰে এজন সৰুসজাই কোৱাৰেন্টাইন কেম্পৰ, ১জন GMCH ত চিকিৎসাধীন আৰু আনজন পশ্চিম বংগৰ পৰা প্ৰব্ৰজিত লোক।

যোৱা ১৪ মে’ত এই মাৰাত্মক ভাইৰাছ ৭ গৰাকীৰ দেহত পোৱা গৈছিল। তাৰে ৪ গৰাকী কেন্সাৰ আৰু হৃদৰোগী আৰু তিনিগৰাকী ৰোগীৰ লগত থকা লোক আছিল।

মুম্বাইৰ পৰা কেন্সাৰ আৰু হৃদৰোগৰ চিকিৎসা কৰি মঙ্গলবাৰে নিশা সৰুসজাইত উপস্থিত হৈছিল লোককেইজন।

যোৱা ১৩ মে’ ত গুৱাহাটীত ১৫ গৰাকী লোকৰ দেহত পোৱা গৈছিল এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd