• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাইহাটা চাৰিআলিৰ পৰা দুজন এন ডি এফ বি (স)ৰ সদস্যক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 17, 2019 2:37 pm

1 min read

arrest-750x375

প্রতিনিধিত্বমূলক চিত্র

338
VIEWS
Share on FacebookShare on Twitter

যোৱা কিছুদিনৰ পৰা নামনি অসমৰ বিভিন্ন প্ৰান্তত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলে উগ্ৰপন্থী সংগঠন এন ডি এফ বি (স) গোটৰ কেইবাজনো সদস্যক আটক কৰাৰ পিছত এইবাৰ বাইহাটা চাৰিআলিৰ পৰা সংগঠনটোৰ দুজন সদস্যক আটক কৰিবলৈ সক্ষম হৈছে।

সেনা আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে বেলিফুং মুছাহাৰীৰ তথ্যৰ আধাৰত অভিযান চলাই বাইহাটা চাৰিআলিৰ পৰা এন ডি এফ বিৰ কেডাৰ দুজনক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা কেডাৰ দুজনৰ এজন তামুলপুৰৰ ধনেশ্বৰ বড়ো ওৰফে এছ দি বি আৰু শোনিতপুৰৰ ৰাজু স্বৰ্গীয়াৰী ওৰফে বগা বুলি চিনাক্ত কৰিছে।

গোৰেশ্বৰ থানাত ৰুজু হৈ থকা ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ নম্বৰ ধাৰাৰ অধীনত ১২৪/১৯ নম্বৰত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত উগ্ৰপন্থী সদস্য দুজনক আটক কৰে।

উল্লেখ্য যে বিদ্ৰোহী সংগঠনৰ সদস্য দুয়োজনৰ বিৰুদ্ধে যোৱা ৮ অক্টোবৰত এন ডি এফ বি(স)ৰ নামত ধনদাবী কৰাৰ অভিযোগ আছে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd