• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সেনাৰ গুলীত নিহত দুজন পাকিস্তানী সন্ত্ৰাসবাদী, এজনক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 14, 2020 8:43 am

1 min read

Encounter

প্ৰতিনিধিত্বমূলক ফটো।

198
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ পুঞ্চত ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে দুজন সন্ত্ৰাসবাদী। লগতে এজন সন্ত্ৰাসবাদীক সেনাই গ্ৰেপ্তাৰ কৰে।

দেওবাৰে পুঞ্চত গুলীৰ সংঘৰ্ষৰ পাছত সেনাই এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ বাহিনীয়ে পুঞ্চত তালাচী অভিযান চলাইছিল।

পুঞ্চ জিলাৰ দুৰ্গন পোছনা অঞ্চলত নিছিদ্ৰ তালাচীৰ চলাই সেনাই গোটেই অঞ্চলটো ঘেৰি ৰাখে।

সেনাই গোপন সূত্ৰৰ পম খেদি অঞ্চলটোত সেনাই তালাচী চলাইছিল। সেনাই অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই থকাৰ খৱৰ লাভ কৰিছিল।

জম্মু-কাশ্মীৰ আৰক্ষীৰ ডিজিয়ে জানিবলৈ দিয়ে যে পাকিস্তানৰ পৰা তিনিজনীয়া সন্ত্ৰাসবাদীৰ দলটো কাশ্মীৰত অনুপ্ৰৱেশ কৰাৰ খৱৰ তেওঁলোকে লাভ কৰিছিল।

অঞ্চটোত ঘাটি স্থাপনৰ চেষ্টা চলোৱাৰ খৱৰ লাভ কৰি শনিবাৰেই অভিযানকাৰী দলটো অঞ্চলটোত উপস্থিত হয়। কিন্তু অত্যাধিক তুষাৰপাতৰ বাবে তালাচী অভিযান আৰম্ভ কৰিব পৰা নাছিল।

দেওবাৰে বিয়লি বতৰ কিছু ফৰকাল হোৱাৰ পাছত সেনা-আৰক্ষীৰ দলটোৱে অভিযান আৰম্ভ কৰে।

অভিযানকাৰী দলটোৱে প্ৰথমতে সন্ত্ৰাসবাদীকেইজনক আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ দিয়ে যদিও সন্ত্ৰাসবাদীকেইজনে গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনাইয়ো গুলীচালনা কৰে। এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ লগতে এজনক সেনাই গ্ৰেপ্তাৰ কৰে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd