DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰত টেম্প’ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুগৰাকী লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2019 5:57 pm
Tempo Accident

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

653
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী মেনকা চাহ বাগিছাৰ সন্মুখত সোমবাৰে সংঘটিত হোৱা এটা শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী লোক থিতাতে মৃত্যু হোৱাৰ লগতে চাৰি গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক দুগৰাকী হ’ল ক্ৰমে চিমিয়ন নাৰ্জাৰী আৰু অৰ্জুন মছাহাৰী।

আনহাতে, গুৰুতৰভাৱে আহত লোক কেইগৰাকী হৈছে ক্ৰমে-মনেশ্বৰ নাৰ্জাৰী, নন্দেশ্বৰ বসুমতাৰী, গোবৰ্ধন খাখলাৰী আৰু প্ৰদীপ নাৰ্জাৰী।

আহত আটাইকেইগৰাকী লোককে উন্নত চিকিৎসাৰ বাবে কুমাৰীকাটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, মেনকা চাহ বাগিছাৰ সন্মুখতে যাত্ৰীবাহী টেম্প’ এখনক বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী স্কুটিয়ে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

এই মুখামুখি সংঘৰ্ষত স্কুটিত অহা দুয়োগৰাকী আৰোহীৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু টেম্প’খনত থকা চাৰিগৰাকী আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাটোৰ পাছতে ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষীৰ এটা দল উপস্থিত হৈ বাহন দুখন জব্দ কৰে।

Recent News

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd