• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাৰ গুৰুদ্বাৰাত বন্দুকধাৰীৰ গুলীয়াগুলি; গুৰুতৰভাৱে আহত ২ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2023 12:24 pm
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

128
VIEWS
Share on FacebookShare on Twitter

এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুদ্বাৰাত গুলীবৰ্ষণৰ ঘটনা। দেওবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ২:৩০ বজাত কেলিফৰ্ণিয়াৰ চেক্ৰামেণ্টো গুৰুদ্বাৰাত গুলীবৰ্ষণৰ শব্দ শুনা গৈছিল। দুজন লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় প্ৰশাসনে তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জনাইছে। অৱশ্যে, প্ৰশাসনে ঘটনাটো ব্যক্তিগত বিবাদৰ বাবে সংঘটিত হোৱা বুলি দাবী কৰে।

চেক্ৰামেণ্টো কাউণ্টি শ্বেৰিফৰ মুখপাত্ৰ অমৰ গান্ধীয়ে কয় যে ঘটনাটোৰ সৈতে সংঘৰ্ষ বা সন্ত্ৰাসবাদৰ কোনো সম্পৰ্ক নাই। দুজন মানুহৰ মাজত বিবাদ হৈছিল। ফলস্বৰূপে, তেওঁলোকে হঠাতে ইজনে সিজনৰ ওপৰত গুলীচালনা কৰে। গুৰুদ্বাৰাত তিনিজনৰ মাজত তৰ্কাতৰ্কি আৰম্ভ হৈছিল। তাৰ পৰাই গুলীচালনাৰ ঘটনা ঘটে।

লগতে পঢ়ক: মৰ্মান্তিক! নলবাৰীত ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে নিহত পতি-পত্নী; কথমপি প্ৰাণৰক্ষা শিশুৰ

বাতৰি অনুসৰি, তৰ্ক চলি থকাৰ সময়তে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ বন্ধুৰ ওপৰত গুলীচালনা কৰিছিল। লগে লগে তেওঁৰ পিনেও লক্ষ্য কৰি গুলী চলোৱা হয়। গুলীচালনাৰ পিছত প্ৰথম ব্যক্তিজনে তেওঁৰ বন্ধুক ৰক্তাক্ত অৱস্থাত এৰি থৈ পলাই যায়।

Earlier today, I joined w our #Sikh community in celebration of the 1st Nagar Kirtan at the Bradshaw #Gurdwara. I left the festivities a little after 12-noon. I am disheartened to learn that since there has been a shooting & several individuals were wounded (1/2) #nagarkirtan

— Lisa Kaplan, Councilmember (@CM_LisaKaplan) March 26, 2023

অমৰ গান্ধীৰ মতে, “প্ৰাথমিক ধাৰণা অনুসৰি এই ঘটনাৰ সকলো অভিযুক্ত ইজনে সিজনৰ পৰিচিত। দীৰ্ঘদিনীয়া সমস্যাৰ পৰিণতিতে সংঘটিত হৈছিল ঘটনাটো।”

স্থানীয় আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। পলাতক অভিযুক্তৰ বাবে এটা তালাচী অভিযান আৰম্ভ কৰা হৈছে। দুজন লোক আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। প্ৰশাসনৰ মতে দুয়োজন ব্যক্তিৰ অৱস্থা অতি সংকটজনক।

Recent News

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd