• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত সংঘটিত পৃথক পৃথক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , November 17, 2019 10:18 pm

1 min read

বোকাখাতত সংঘটিত পৃথক পৃথক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু
2.2k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ লখৌজানত এখন আল্ট্ৰা বাছ আৰু এখন  মটৰ চাইকেলৰ মাজত দেওবাৰে সন্ধিয়া হোৱা এক মুখামুখি সংঘৰ্ষত মটৰ চাইকেল আৰোহী এজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

জানিব পৰা মতে, বোকাখাতৰ বৰ চাপৰিৰ পৰা এ এছ-০৫ এল-৬৯৮৯ নম্বৰৰ প্লেটিনা মটৰ চাইকেলেৰে বোকাখাতলৈ বুলি আহি থকা এজন যুৱকৰ বাহনখনৰ বিপৰীত দিশৰ পৰা আহি থকা এ এছ-০৩ বিচি-৭৪০৭ নম্বৰৰ আল্ট্ৰা বাছ এখনৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত বাইকখনত আহি থকা সুমন দাস নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আল্ট্ৰা বাছখনে পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত কমৰাগাঁও আৰক্ষীয়ে বাছখন জব্দ কৰে।

আনহাতে, দেওবাৰে ৰাতিপুৱা বোকাখাতৰ অসম ৰাজ্যিক পৰিবহন আস্থানৰ সমীপত মঙ্গলদৈৰ টেঙাবাৰীৰ কনক ডেকা নামৰ লোকজনে পথ অতিক্ৰম কৰিবলৈ লওতেই এ এছ ০৩ বি চি ২৪৫৯ নম্বৰৰ মালবাহী পিকআপ ভান এখনে মহটিয়াই নিয়ে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা কনক ডেকাক বোকাখাতৰ চহিদ কমলামিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ৷

দুৰ্ভগীয়া কনক ডেকাই বোকাখাতৰ ৩ নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে আছিল ৷

Recent News

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

ajit

চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ ফোন মাৰ্কিন নিৰাপত্তা উপদেষ্টাৰ

DEEP

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd