DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাত দুজনকৈ লোকৰ থিতাতে মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2019 9:09 am
accident

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

316
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে অৰ্থাৎ ২৮ ডিচেম্বৰৰ সন্ধিয়া তামুলপুৰত দুটাকৈ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত দুজনকৈ লোকে থিতাতে মৃত্যুক আঁকোৱালি লয়।

ইয়াৰে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় তামুলপুৰৰ নিকটৱৰ্তী ঘোগমাৰী চকত। তামুলপুৰ মহকুমাৰ অন্তৰ্গত অহিয়াবাৰী গাঁৱৰ নিৱাসী পংকজ মণ্ডলে মটৰচাইকেলেৰে বজাৰ কৰি উভতাৰ সময়তে এখন দ্ৰুতবেগী টেক্টৰে প্ৰচণ্ড জোৰত খুন্দা মাৰে।

ফলত মটৰচাইকেলসহ পথৰ ওপৰত উফৰি পৰে পংকজ মণ্ডল আৰু থিতাতে তেওঁ মৃত্যুক আঁকোৱালি লয়। নিহত পংকজ মণ্ডল চি আৰ পি এফৰ জোৱান আছিল বুলি জানিব পৰা গৈছে

আনহাতে আনটো দুৰ্ঘটনা সংঘটিত হয় তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ কুমাৰীকাটাৰ গনেশগুৰিত।

ভাৰত-ভূটান সীমান্তৰ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰে অৰ্গা বড়ো নামৰ লোকজনে মটৰচাইকেলেৰে ভূটানৰ পৰা নিজ গৃহলৈ আহি থকা অৱস্থাত গনেশগুৰিত কুমাৰীকাটাৰ পৰা ভূটান অভিমুখে গৈ থকা এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

ফলত মটৰচাইকেল আৰোহী অৰ্গা বড়ো নামৰ লাট গাওঁবুঢ়াজন থিতাতে নিহত হয়। নিহত বড়োৰ ঘৰ মটঙাপাৰ আঙাৰকাটাৰত বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Recent News

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd