• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামতিত পালচাৰ বাইকে প্ৰাণ ললে দুজন ব্যক্তিৰ; নিশা উত্তপ্ত পৰিস্থিতি

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
November 17, 2019 7:00 am
20191116_215116

দুৰ্ঘটনা সংঘটিত কৰা পালচাৰ বাইকখন। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে সন্ধিয়া এক ভংয়কৰ পথ দুৰ্ঘটনাই জোকাৰি গ’ল শিৱসাগৰৰ নামতিত।  নামতিৰ ধোদৰ আলিত এখন পালচাৰ বাইকে মহতিয়ালে দুটা পৰিয়ালৰ পাঁচজনকৈ লোকক।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় পাঁচজনকৈ লোক। আহত লোক কেইজনক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লা নিয়া হয় যদিও চিকিৎসকে আটাইকেইজনক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

Apply Now

কিন্তু ডিব্ৰুগড় মেডিকেল কলেজত ইয়াৰে দুগৰাকী ব্যক্তিৰ মৃত্যু হয়। মৃত ব্যক্তি দুগৰাকী হ’ল আলহাজ মৌলানা দাউদ হুছেইন আৰু মাতু বেগম।

আনহাতে দুৰ্ঘটনাত গুৰতৰভাৱে আহত আন তিনিজন ব্যক্তিৰ অৱস্থা এতিয়াও সংকটজনক।

পথ দুর্ঘটনাক কেন্দ্র কৰি নামতি ধোদৰ আলিত ৰাতি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত কেইবা শতাধিক ৰাইজে ধোদৰ আলি অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে ।

ইপিনে, উদণ্ড বাইক চালক জন চামগুৰি আদৰ্শ গাঁৱৰ মাইনা গগৈ বুলি চিনাক্ত কৰা হৈছে।

20191116_215137
দুৰ্ঘটনাক কেন্দ্ৰ কৰি নামতিত নিশা উত্তপ্ত পৰিস্থিতি। ফটো: নৰ্থইষ্ট নাও

শিৱসাগৰৰ পৰা নিজ ঘৰৰ দিশে আহিছিল বাইক আৰোহী মাইনা গগৈ। এগৰাকী কিশোৰী আৰু এজন যুৱকসহ তিনি গৰাকী ব্যক্তি বাইকখনত উঠি আহিছিল।

উল্লেখ্য যে আমগুৰি-নামতি সংযোগী ধোদৰ আলিত ইয়াৰ পূৰ্বে কেইবাটাও উদণ্ড বাইক চালকৰ দ্বাৰা  সংঘটিত দুৰ্ঘটনাত বহু কেইজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

পথটোত উদণ্ড বাইক চালকে তীব্ৰ বেগত বাইক চলাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে এচাম ব্যক্তিয়ে ৰাস্তাৰ কাষত নিৰ্জন ঠাইত গাড়ী-বাইক ৰখাই সুৰাপান কৰাৰ লগতে বহু অসামাজিক কাৰ্যত লিপ্ত হোৱা দেখা যায়।

এই ক্ষেত্ৰত আমগুৰি কিম্বা নামতি থানাৰ আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা নাই বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিপৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিপৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিপৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিপৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd