• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাৰ ডিটেনশ্যন কেম্পৰ পৰা মুকলি আকাশৰ তললৈ বাক্সাৰ দুই বৃদ্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2019 8:42 pm
542
VIEWS
Share on FacebookShare on Twitter

যোৱা ২২ ডিচেম্বৰত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰামলীলা ময়দানত “হিন্দুস্তানত কোনো ডিটেনশ্যন কেম্প নাই” বুলি কোৱাৰ সময়তে আজি গোৱালপাৰাৰ ডিটেনশ্যন কেম্পে মুকলি কৰি দিয়ে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ বগৰিখুটিৰ দুই বৃদ্ধক।

চাৰি বছৰৰো অধিক কাল ডিটেশ্যন কেম্পত আবদ্ধ হৈ আজি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হোৱা দুই বৃদ্ধক ফণী ৰয় আৰু সুভাষ ৰয় বুলি চিনাক্ত কৰা হৈছে।

নৱবৰ্ষৰ প্ৰাকক্ষণত আজি দুই বৃদ্ধই নিজৰ নিজৰ ঘৰলৈ ওভতাৰ পিছতে পৰিয়াল তথা আত্মীয়ৰ লগতে স্থানীয় দল-সংগঠনসমূহো উৎফুল্লিত হৈ পৰিছে।

উল্লেখযোগ্য যে দুই গৰাকী বৃদ্ধই প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ লগতে তেওঁলোকৰ হাতত উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো গোৱালপাৰা ডিটেনশ্যন কেম্পত চাৰি বছৰতকৈও অধিক সময় থাকিব লগীয়া হয়।

আনহাতে দুই বৃদ্ধক বিদেশী ঘোষিত কৰি ডিটেনশ্যন কেম্পত ৰখাৰ পিছতে স্থানীয় দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি ধাৰাবাহিক আন্দোলন কৰিছিল। লগতে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক খগেন দাসেও এই ক্ষেত্ৰত মাত মাতি আহিছিল।

স্থানীয় একাংশ লোকে প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ লগতে নথি-পত্ৰ থকাৰ পিছতো সীমান্ত শাখাৰ একাংশ বিষয়াৰ দায়িত্বহীনতাৰ বাবেই বৰ্তমানো বহু লোকে বিদেশীৰ অপযশ লৈ ডিটেনশ্যন কেম্পত থকা বুলি অভিযোগ উত্থাপন কৰিছে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd