DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ পৰা মানাহলৈ পুনৰ দুটা গঁড়ৰ পোৱালি স্থানান্তৰ

ইণ্ডিয়ান ৰাইন' ভিশ্যন ২০২০ৰ অধীনত স্থানান্তৰ কৰা হয় গঁড়ৰ পোৱালি দুটা

উত্তম শইকীয়া by উত্তম শইকীয়া
January 21, 2019 3:52 pm
Rhino translocation

ফটো : নৰ্থ-ইষ্ট নাও

266
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিগত সময়ছোৱাত প্ৰতিপালিত হৈ থকা দুটা গঁড়ৰ পোৱালিক আজি বিয়লি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয়। ইয়াৰে এটা মতা আৰু এটা মাইকী পোৱালি। পোৱালি দুটাৰ বয়স প্ৰায় দুবছৰ।

পোৱালি দুটাক ২০১৬ চনৰ বানপানীৰ সময়ত বাগৰি বনাঞ্চলৰ পৰা উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা হৈছিল। কেন্দ্ৰটোত থকা এই গঁড়ৰ পোৱালি দুটাক বিগত সময়ত প্ৰকৃতি প্ৰেমীয়ে লেকটুজেন গাখীৰৰ লগতে বিভিন্ন ধৰণে প্ৰতিপালন কৰে, যাৰ ফলত পোৱালি দুটা আজিৰ এই অৱস্থা পায়।

আজি বিয়লি দুবছৰীয়া এই পোৱালি দুটাক পশু চিকিৎসকৰ এটা দলৰ তত্ত্বাৱধানত পিঞ্জৰাবদ্ধ কৰি ট্ৰাকেৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয়। ইণ্ডিয়ান ৰাইন’ ভিশ্যন ২০২০ আঁচনিৰ অধীনত মানাহলৈ পঠোৱা এই গঁড়ৰ পোৱালি দুটা কাইলৈ পুৱা মানাহ ৰাষ্ট্ৰীয় উদ্যান পাবগৈ।

জানিব পৰা মতে মানাহত পোৱালি দুটাক কৃত্ৰিম বোমা নামৰ গড়াঁলত পৰ্যবেক্ষণৰ বাবে ৰখা হ’ব। দুমাহ মান বোমাত পৰ্যবেক্ষণত ৰাখি গঁড় পোৱালি দুটাক পাছত উদ্যানখনত মুকলি কৰি দিয়া হ’ব।

উল্লেখ্য যে আজি বিয়লি কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াৰ উপস্থিতিত ট্ৰাকত উঠাই গঁড় পোৱালি দুটাক মানাহলৈ পঠোৱা হয়। এই দুটা গঁড় পোৱালিৰ উপৰি পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত আৰু চাৰিটা গঁড় পোৱালি প্ৰতিপালিত হৈ থকা কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Recent News

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Assam

গোৱালপাৰাত অঘটন: ভূঁই ৰুই ঘৰলৈ উভতাৰ পথতে বজ্ৰপাতত মৃত্যু যুৱতীৰ

Gauhati High Court home guard

গৃহৰক্ষী জোৱানলৈ সুখবৰ! ৯ হাজাৰ টকাৰ পৰিৱৰ্তে ২৩ হাজাৰ টকালৈ ভাট্টা বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Nitish Kumar Bihar

নীতিশ কুমাৰৰ পদত্যাগ: নতুন সিদ্ধান্তৰ পূৰ্বে সাক্ষাৎ লালুপুত্ৰ তেজস্বীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd