DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাইলাকান্দিত আৰক্ষীৰ জালত দুগৰাকী সন্দেহযুক্ত ৰোহিংগিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2019 4:30 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ হাতত পুনৰ গ্ৰেপ্তাৰ হৈছে ৰোহিংগিয়া নাগৰিক। হাইলাকান্দিত আৰক্ষীৰ জালত ধৰা পৰিছে দুগৰাকী ৰোহিংগিয়া নাগৰিক। হাইলাকান্দি জিলাৰ ধলছেড়া গাঁৱৰ পৰা লালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰোহিংগিয়া নাগৰিক দুগৰাকীৰ নাম হ’ল আবুল হালিম আৰু লুবেদা বেগম।

দুয়োগৰাকী ৰোহিংগিয়া নাগৰিকে অবৈধভাৱে সীমান্ত পাৰ হৈ ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ সময়ত আৰক্ষীৰ জালত পৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত দুয়োগৰাকী লোকৰ ঘৰ ম্যানমাৰৰ মণ্ডু থানাৰ কুঙ্কাৰগাড়া গাঁৱত বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণি মতে, হাইলাকান্দিৰ ধলছেড়া গাঁৱৰ হবিবুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিৰ ঘৰত শিলচৰৰ সোনাই অঞ্চলৰ এজন ব্যক্তিয়ে নিজৰ আত্মীয় বুলি পৰিচয় দি ৰোহিংগিয়া নাগৰিক দুগৰাকীক লৈ আহিছিল। পাছত হাবিবুৰ ৰহমানৰ তেওঁলোকৰ চালচলনত সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়ে।

ৰহমানে দিয়া খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ৰোহিংগিয়া লোকদুগৰাকীৰ লগতে শিলচৰৰ ব্যক্তিজনকো আটক কৰে। আৰক্ষীয়ে আৰু অধিক তদন্তৰ বাবে শিলচৰৰ ব্যক্তিজনৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

উল্লেখযোগ্য যে, বিগত সময়ত অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বহুতো ৰোহিংগিয়া নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে। ৰোহিংগিয়া সকলক ভাৰতলৈ লৈ অহাৰ ক্ষেত্ৰত এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীৰ সম্পুৰ্ণ তদন্তত সকলো কথা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

Recent News

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Old Woman Deadlift

কোনে কয় “বয়স বৃদ্ধি হ’লে মনোবল হ্ৰাস পায়”!: নাতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ৮০ বছৰীয়া বৃদ্ধাৰ চমক

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd