• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গোৱাত একে নামৰ দুই ৰুছ যুৱতীৰ ৰহস্যজনক মৃত্যু : হত্যাকাৰীও ৰাছিয়াৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2026 8:50 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱাত সংঘটিত হৈছে এক অতি চাঞ্চল্য্যকৰ ঘটনা য’ত একেটা নামৰে দুগৰাকী ৰাছিয়ান যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ভয়ংকৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে এজন ৰুছ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।

ধৃত ব্যক্তিজনৰ নাম আলেকসেই লিওনভ বুলি জানিব পৰা গৈছে যাৰ বয়স প্ৰায় ৩৭ বছৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি লিওনভে দুটা পৃথক ঘটনাত একেই বয়সৰ দুজনী ৰুছ মহিলাক হত্যা কৰিছে আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

ঘটনাৰ বিৱৰণী অনুসৰি প্ৰথম হত্যাকাণ্ডটো ১৪ জানুৱাৰীৰ নিশা প্ৰায় ১১ বজাত মোৰজিম নামৰ ঠাইত সংঘটিত হৈছিল। সেইদিনা কোনো এক ব্যক্তিগত বিবাদৰ বাবে অভিযুক্ত আলেকসেই লিওনভে এলেনা ভানেইভা নামৰ মহিলাগৰাকীক নিজৰ ঘৰতে ডিঙি কাটি হত্যা কৰে। ঘৰৰ মালিকে এই বিষয়ে গোচৰ তৰাৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। ইয়াৰ পিছদিনাই অৰ্থাৎ ১৫ জানুৱাৰীত লিওনভে মোৰজিমৰ পৰা প্ৰায় আঠ কিলোমিটাৰ নিলগত থকা আৰামবোল অঞ্চললৈ যায় আৰু তাত থকা তেওঁৰ বান্ধৱী এলেনা কাস্তানোভাৰ সৈতে কাজিয়াত লিপ্ত হয়।

আৰক্ষীৰ মতে কাজিয়াৰ চৰম পৰ্যায়ত লিওনভে প্ৰথমে কাস্তানোভাৰ হাত-ভৰি বান্ধি ঘৰত আবদ্ধ কৰি ৰখাৰ চেষ্টা কৰিছিল। কিন্তু যুৱতীগৰাকীয়ে পলাবলৈ চেষ্টা কৰোঁতেই অভিযুক্তই ধাৰালো অস্ত্ৰৰে তেওঁক ডিঙি কাটি হত্যা কৰে। আৰামবোলৰ ঘৰৰ গৰাকী উত্তম নায়কে এই ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়ে আৰু তাৰ পিছতেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত আলেকসেইক গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰে দুই মহিলাৰে মৃতদেহ উদ্ধাৰ কৰা হয় আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে।

গোৱা আৰক্ষীয়ে এই সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ১২৬(২) আৰু ১০৩(১) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি কোনো ব্যক্তিগত কাৰণতে এই হত্যাকাণ্ড সংঘটিত হৈছে যদিও অভিযুক্তৰ মানসিক স্থিতি আৰু দুই হত্যাকাণ্ডৰ মাজত কিবা গভীৰ সংযোগ আছে নেকি সেই বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা হৈছে। ম্ন্দ্ৰেম থানাৰ আৰক্ষীয়ে বৰ্তমান লিওনভক জেৰা কৰি আছে। উত্তৰ গোৱাৰ দৰে পৰ্যটনস্থলিত এনে ধৰণৰ ঘটনাই এতিয়া সকলোৰে মাজত উদ্বেগৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd