DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী; গঁড়ৰ খৰ্গ, হাতীদাঁত আৰু হিৰ’ইন উদ্ধাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
July 2, 2021 7:41 am
Dibrugarh smuggler arrested

ফটো: নৰ্থইষ্ট নাও।

178
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীয়ে বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ পাঁচআলি এলেকাৰ পৰা দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ জিম্মাৰ পৰা এটা গঁড়ৰ খৰ্গ, এটা হাতীদাঁত আৰু ১৯ গ্ৰাম হেৰ’ইন জব্দ কৰে।

অভিযুক্ত দুজনক মিৰাজ খান আৰু আনিজ ৰহমান বুলি চিনাক্ত কৰা হৈছে আৰু দুয়োজনেই পাঁচআলিৰ বাসিন্দা।

আৰক্ষীয়ে লগতে তেওঁলোকৰ পৰা নগদ ১.৩০লাখ টকাও উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই কয়,’’তথ্য লাভ কৰাৰ পাছত আমি মিৰাজ খানৰ বাসগৃহত এক তালাচী চলাই তেওঁৰ জিম্মাৰ পৰা এটা সন্দেহজনক গঁড়ৰ খৰ্গ, এটা সন্দেহজনক হাতীদাঁত আৰু ১৯ গ্ৰাম হিৰ’ইন জব্দ কৰো।‘’

মিশ্ৰই লগতে কয়, ‘’আমাৰ তদন্ত চলি আছে। এই মুহূৰ্তত আমি অধিক তথ্য সদৰী কৰিব নোৱাৰো কিয়নো আমাৰ অনুসন্ধান প্ৰাথমিক পৰ্যায়তে আছে।‘’

‘’খান আৰু ৰহমান দুয়োজনে ড্ৰাগ সৰবৰাহত জড়িত আছিল আৰু জন্তুৰ অংগৰ অবৈধ চোৰাং কাৰবাৰতো জড়িত,’’ এক সূত্ৰই জানিবলৈ দিয়ে।

‘’ডিব্ৰুগড় আৰক্ষীৰ বাবে এয়া এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে আৰু সঠিক অনুসন্ধানৰ পাছত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে,’’-সূত্ৰটোৱে কয়।

Recent News

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd