DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঙিয়াৰ মৰাণজানাত পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল দুজনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2019 6:16 pm
Accident_2

দুৰ্ঘটনাত পতিত এ চি ভেনখন।

812
VIEWS
Share on FacebookShare on Twitter

ৰঙিয়াৰ ওচৰত ৩১ নং ঘাইপথৰ মৰাণজানাত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজনকৈ লোক। ঘটনাটো দেখা পোৱা লোকৰ ভাষ্যমতে, বিপৰীত দিশৰ পৰা আহি থকা এখন এ চি ভেনত পিছফালৰ পৰা আহি থকা এখন আল্ট্ৰা গাড়ীয়ে পিছৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে।

আল্ট্ৰাখনৰ খুন্দা ইমান শক্তিশালী আছিল যে এ চি ভেনখন ডিভাইডাৰৰ ওপৰেৰে উফৰি গৈ সিটো পথেৰে বিপৰীত দিশৰ পৰা আহি থকা স্কুটিখনত সন্মুখৰ পৰা খুন্দা মাৰি সম্পূৰ্ণ উল্টা হৈ পৰে।

Accident
দুৰ্ঘটনাটোত নিহত যুৱতীগৰাকী।

দুৰ্ঘটনাটোত স্কুটিৰ আৰোহী যুৱতীগৰাকীৰ লগতে এ চি ভেনখনৰ চালকজনৰো থিতাতে মৃত্যু হয়। স্কুটি আৰোহী যুৱতীগৰাকীৰ নাম মৃদুস্মিতা শৰ্মা। আৰু এ চি ভেনখনৰ নিহত চালকজনৰ নাম নচিব আলী।

ইপিনে গুৰুতৰভাৱে আহত হৈছে স্কুটিখনৰ চালক বংকিম শৰ্মা। সংকটজনক অৱস্থাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ হ’ল AS 01 AL 0529

Recent News

প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিলে ইণ্টাৰপোলে; কি হ’ব এতিয়া?

প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিলে ইণ্টাৰপোলে; কি হ’ব এতিয়া?

Woman suicide over dowry demand

যৌতুকৰ দাবীৰে স্বামীগৃহত নিৰ্যাতন: গৰৈমাৰীত আত্মহত্যা দুই সন্তানৰ মাতৃৰ

Kejriwal

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

Man Kills Live-In Partner

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd