• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষক দিৱস! ২০ বছৰে বিনা বেতনে শিক্ষকতা কৰা শিক্ষকৰ এই কৰুণ কাহিনীয়ে চকু মেল খুৱাবনে চৰকাৰৰ?

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
September 5, 2021 12:25 pm
teachers

২০ বছৰে বিনা বেতনে শিক্ষকতা কৰা কলিয়াবৰৰ দুগৰাকী শিক্ষক। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পাঁচ ছেপ্টেম্বৰ। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আজি জন্মদিন। সমগ্ৰ ভাৰতবৰ্ষতে ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। অসমতো শিক্ষক দিৱস উলহ মালহৰে পালন কৰা হৈছে।

কিন্তু দেশ তথা ৰাজ্যৰ সাম্প্ৰতিক কৰ’নাসৃষ্ট মহামাৰীৰ বাবে এইবাৰ বিদ্যালয়¸ মহাবিদ্যালয়¸ বিশ্ববিদ্যালয়¸ অনান্য শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত উদ্‌যাপিত কৰিব পৰা নাযাব শিক্ষক দিৱস।

Apply Now

এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হৈছে শিক্ষক দিৱস। এই বিশেষ দিনটোত সকলোৱে  শিক্ষাগুৰুসকলক সন্মান জনাই শিক্ষক দিৱস উদযাপন কৰে।

কিন্তু ইয়াৰ বিপৰীতে কলিয়াবৰত দেখা পোৱা গ’ল দুজন শিক্ষকৰ দুখলগা ছবি। কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বামুণীস্থিত বামুণী মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষক অমিত পানিকা আৰু শংকৰ শ্বাহৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে আপোনাৰ চকু সেমেকাই তুলিব।

১৯৯৭ চনতে স্থাপিত হোৱা বামুণী মধ্য ইংৰাজী বালিকা বিদ্যালয়ত ২০ছ বছৰ ধৰি বিনা বেতনৰে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ চাহ জনজাতি অধ্যুষিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন আলোকিত কৰি আহিছে শিক্ষক দুজনে।

কিন্তু পৰিতাপৰ কথা বৰ্তমান পৰিয়াল পোহপাল দিবলৈ দুয়োজনে কেঁচা চাহপাতৰ ব্যৱসায় কৰিবলগা হৈছে।

উল্লেখ্য যে কলিয়াবৰ শিক্ষাখণ্ডৰ অধীনত বামুণীত থকা বামুণী মধ্য ইংৰাজী বালিকা বিদ্যালয়ে সমগ্ৰ কলিয়াবৰতে অপ্ৰাদেশীকৃত বিদ্যালয় হিচাপে চাহ জনজাতি অধ্যুষিত অঞ্চলতো শিক্ষাৰ পোহৰেৰে জিলিকাই তুলিবলৈ সক্ষম হৈছিল।

কিন্তু ছজন শিক্ষক আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থকা বিদ্যালয়খন প্ৰাদেশীকৃত নোহোৱাত এতিয়া চৰম অনিশ্চয়তা দেখা দিছে শিক্ষকসকলৰ মাজত।

সেয়ে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত থকাৰ পাছতো একমাত্ৰ পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থতে কেঁচা চাহপাতৰ ব্যৱসায় কৰিবলগা হৈছে দুই শিক্ষকে। কিন্তু ইমানৰ পিছতো চকু পৰা নাই চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ।

উল্লেখ্য যে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত হৈ নিজৰ পেটটোকে পূৰাব নোৱাৰা এই দুই শিক্ষক মাথোঁ উদাহৰণহে। অসমত এনে শিক্ষক চুকে কোণে বহু ওলাব।

শিক্ষক দিৱসৰ এই বিশেষ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তথা শিক্ষামন্ত্ৰীক এই দুইগৰাকী শিক্ষকে অনুৰোধ জনাইছে যাতে সোনকালেই  তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰি তেওঁলোকক বিপদৰ পৰা উদ্ধাৰ কৰে।

ৰিদীপ শৰ্মা

ৰিদীপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

স্বাস্থ্য খণ্ডৰ সংকট! দেশৰ ২০খন এইমছত খালী হৈ আছে ২,১৮১টা অধ্যাপক বা শিক্ষক-চিকিৎসকৰ পদ

August 3, 2026 10:31 am
অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্রমাণ নাই; দোষমুক্ত বিজেপিৰ ব্রিজ ভূষণ

August 3, 2026 12:33 pm
বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

August 3, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd