DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সামাজিক মাধ্যমত ‘ষ্টেটাছ’ দি নিৰুদ্দেশ শিক্ষাৰ্থী; দুই কিশোৰীৰ নিৰুদ্দেশকলৈ টীয়কত চাঞ্চল্য

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
June 13, 2022 2:45 pm
সংবাদ মাধ্যমৰ আগত ঘটনাৰ বিষয়ে সদৰী কৰিছে দুই কিশোৰীৰ আত্মীয়ই। ফটো: নৰ্থইষ্ট নাও।

সংবাদ মাধ্যমৰ আগত ঘটনাৰ বিষয়ে সদৰী কৰিছে দুই কিশোৰীৰ আত্মীয়ই। ফটো: নৰ্থইষ্ট নাও।

157
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত ষ্টেটাছ লিখি নিৰুদ্দেশ হৈছে টীয়কৰ দুই শিক্ষাৰ্থী। টীয়কৰ মুদৈজান ভৰলুৱা গাঁওৰ কিশোৰী সুস্মিতা বৰা আৰু ৰশ্মি শইকীয়া যোৱা দুদিনৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই টীয়কত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সুস্মিতা বৰাই এই বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৰশ্মি শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল।

লগতে পঢ়ক: নাগ্ৰীজুলিৰ বগামাটিত অঘটনঃ বৰনদীত সাঁতুৰিবলৈ গৈ উটি গল এজন প্ৰাক্তন সৈনিক

জানিব পৰা মতে যোৱা শনিবাৰে বিদ্যালয়লৈ যাওঁ বুলি ওলাই আহিছিল দুই কিশোৰীl তাৰপিছত ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ কৰি কোনো শুংসুত্ৰ নোপোৱাত ইতিমধ্যে টীয়ক থানাত এজাহাৰ দাখিল কৰিছে।

ঘটনা অনুসৰি নিৰুদ্দেশ হোৱা ছাত্ৰী দুগৰাকীয়ে নিজৰ ফোনৰ পৰা সামাজিক মাধ্যমৰ ষ্টেটাছত “বহু দূৰ যাব মন যায়, অকলে জীয়াই থাকিবৰ মন  যায়। মা-পাপাৰ বোজা হৈ থাকিব নোৱাৰো। কাকো কষ্ট নিদিওঁ। মা-পাপাহঁত সদায় সুখী হওক। মই আৰু নাথাকো। বহুত দূৰ গুচি যাম,‘’ লিখি থৈছে।

লগতে পঢ়ক: ১২ লাখ নিবনুৱা আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰা আবেদন মাচুলে টনকিয়াল কৰিলে ৰাজভঁৰাল!

তেওঁলোকে লগতে ‘’বহুত মনত পৰিব সকলোকে কিন্তু আহিব নোৱাৰিম। নিজৰ মতে জীয়াই থাকিব শিকিম, নিজে কাম কৰিম, কাকো আমনি নিদিম’’ বুলি লিখি নিৰুদ্দেশ হোৱাৰ বিষয়টোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে।

Recent News

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd