DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

৯ বছৰীয়া নাবালিকাক ধৰ্ষণ দুই কিশোৰৰ : ভিডিঅ’ কৰি ব্লেক মেইলিং ধৰ্ষিতাক

উল্লেখ্য যে নাবালিকাগৰাকীয়ে ধৰ্ষণ কাণ্ডৰ কথা পৰিয়ালক অৱগত কৰিলেই অভিযুক্তই সমগ্ৰ অপৰাধৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকি দিয়ে। সেয়ে নাবালিকাগৰাকীয়ে প্ৰথমে ভয়ত নিমাত হৈ আছিল। কিন্তু পৰিয়ালৰ লোকসকল উভতি অহাৰ লগে লগে তাই অসুস্থ হৈ পৰে। ইয়াৰ পিছতে পিতৃ-মাতৃয়ে ভালদৰে সোধাত নাবালিকাগৰাকীয়ে কান্দি কান্দি গোটেই ঘটনাটো পিতৃ-মাতৃক অৱগত কৰে। ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2023 7:42 am
48
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে উত্তৰ প্ৰদেশৰ মথুৰা সংঘটিত হৈছে ভয়ানক ধৰ্ষণৰ ঘটনা। দুই বন্ধুৱে খেলিবলৈ মাতি নিয়াৰ চলেৰে ধৰ্ষণ কৰিলে এগৰাকী ৯ বছৰীয়া কণমাণিক।

জানিব পৰা মতে স্জনিবাৰে বিয়লি লক্ষ্ণৌৰ এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য অপৰাধ। একেটা চুবুৰীৰে দুই কিশোৰৰ দ্বাৰা ধৰ্ষণৰ বলি হৈছে ভগ্নী স্বৰূপ নাবালিকা।

ভুক্তভোগীৰ পৰিয়ালে জনোৱা মতে সেই সময়ত ঘৰত অকলে আছিল ন বছৰীয়া ছোৱালীজনী। তেতিয়াই সেই চুবুৰীৰ এজন কিশোৰে লগৰে আন এজন বন্ধুক লৈ আহিছিল। যিহেতু একেটা চুবুৰীতে বাস কৰিছিল সেয়ে দুই কিশোৰৰ পৰিয়ালৰ সৈতে আছিল ধৰ্ষিতা পৰিয়ালৰ ঘৰুৱা সম্পৰ্ক।

গতিকে কণমাণি জনীক চুবুৰীতে খেলিবলৈ এৰি পৰিয়ালৰ মানুহ কিবা কামত ওলাই যোৱা খবৰটো লাভ কৰিছিল অভিযুক্ত কিশোৰ দুগৰাকীয়ে। তেতিয়াই দুই অভিযুক্ত কিশোৰে নাবালিকা গৰাকীৰ লগত খেলাৰ সুযোগেৰে ভিতৰলৈ নি ধৰ্ষণ কাণ্ড সংঘটিত কৰে।

উল্লেখ্য যে নাবালিকাগৰাকীয়ে ধৰ্ষণ কাণ্ডৰ কথা পৰিয়ালক অৱগত কৰিলেই অভিযুক্তই সমগ্ৰ অপৰাধৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকি দিয়ে। সেয়ে নাবালিকাগৰাকীয়ে প্ৰথমে ভয়ত নিমাত হৈ আছিল। কিন্তু পৰিয়ালৰ লোকসকল উভতি অহাৰ লগে লগে তাই অসুস্থ হৈ পৰে। ইয়াৰ পিছতে পিতৃ-মাতৃয়ে ভালদৰে সোধাত নাবালিকাগৰাকীয়ে কান্দি কান্দি গোটেই ঘটনাটো পিতৃ-মাতৃক জনায়। ইয়াৰ পিছতে দেওবাৰে পৰিয়ালৰ লোকে অভিযুক্ত কিশোৰ দুজনৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে জনোৱা মতে, কিশোৰ দুজনৰ বিৰুদ্ধে ভুক্তভোগী আত্মীয়ৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰা হৈছে। নিৰ্যাতিত নাবালিকাগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদন আহিলেই ধৰ্ষণৰ বিষয়টো নিশ্চিতভাৱে জানিব পৰা যাব।

Recent News

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd