DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ প্ৰথম, ক্ৰিকেট বিশ্বকাপত নাথাকিব দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 10:38 am
1.9k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেট বিশ্বকাপ আৰম্ভ হ’বলৈ আৰু দেৰি নাই। বাছনি পৰ্যায়তে সংঘটিত হৈছে অঘটন! যোগ্যতা পৰ্বতে ছিটিকিল প্ৰথম দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজ। স্কটলেণ্ডৰ হাতত পৰাস্ত হ’ল নিকোলাছ পুৰাণৰ দলটো।

চাৰি বছৰৰ পিছত আৰম্ভ হ’ব আন এক বিশ্বকাপ। এইবাৰ আয়োজক দেশ ভাৰত। কিন্তু বিশ্বকাপত দেখা নাযাব ৱেষ্ট ইণ্ডিজক!

১৯৭৫ চনৰ পৰা আৰম্ভ হৈছিল একদিনীয়া ক্ৰিকেট বিশ্বকাপ। সেইবাৰেই নহয়, ১৯৭৯ চনতো বিশ্ব চেম্পিয়ন হৈছিল ক্লাইভ লয়ডৰ দলটো।

ইয়াৰ পিছত ভাৰতে ১৯৮৩ চনত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমটো বিশ্বকাপ বিজয়ৰ সোৱাদ লয়। প্রথমবাৰৰ বাবে এইবাৰ ব্রায়ান লাৰাৰ দেশখনে বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰিবলৈ সক্ষম নহ’ল৷

Scotland trump the West Indies and the two-time champions are out of contention to reach #CWC23 😱#SCOvWI: https://t.co/D0FGi8lXDh pic.twitter.com/zQ0LVGYKCE

— ICC (@ICC) July 1, 2023

বিশ্বকাপৰ নিয়ম অনুসৰি আই চি চি ৰেংকিঙৰ শীৰ্ষ ৮ টা দলে মূল ৰাউণ্ডত খেলাৰ প্ৰত্যক্ষ সুযোগ পাব। বাকী ৮ টা দলে কোৱালিফায়াৰত খেলিব লাগে। ২ টা দলে মূল পৰ্বত খেলাৰ সুযোগ পায়। সেই নিয়ম অনুসৰিয়েই এইবাৰ বিশ্বকাপৰ পৰা বাদ পৰিল ৱেষ্ট ইণ্ডিজ।

শনিবাৰে ছুপাৰ ছিক্সৰ মেচত স্কটলেণ্ডৰ বিৰুদ্ধে কেৰিবিয়ান দলটোৱে যিকোনো প্ৰকাৰে জয়লাভ কৰিবলগীয়া আছিল। কিন্তু ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৮১ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। খেলখনত স্কটলেণ্ডে ৩ উইকেটত জয়লাভ কৰে।

Recent News

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd