• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থাওৰাবাসীৰ মৰম আৰু সমৰ্থন ভৰিৰে মোহাৰি গেৰুৱা বসন পিন্ধিব কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোঁহায়ে,কংগ্ৰেছৰ পৰা পদত্যাগ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 30, 2021 6:03 pm
sss
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থাওৰাবাসীৰ মৰম আৰু সমৰ্থন ভৰিৰে মোহাৰি দুই এদিনতে গেৰুৱা বসন পিন্ধিব কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোঁহায়ে। আজি আনুষ্ঠানিক ভাবে বৰগোঁহায়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰা এখন পত্ৰত বৰগোঁহায়ে কংগ্ৰেছত দেখা দিয়া আভ্যন্তৰীণ সংকটৰ বাবেই পদত্যাগ কৰা বুলি উল্লেখ কৰিছে।

আজি শিৱসাগৰ জিলা কংগ্ৰেছে বৰগোঁহাইৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে।

Apply Now

শিৱসাগৰ জিলা কংগ্ৰেছৰ এটি সঁজাতি দলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰহৈ ৰাণা গোস্বামীয়ে থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ লগত আলোচলাত মিলিত হৈ কংগ্ৰেছ দল ত্যাগ নকৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু সুশান্ত বৰগোঁহাইয়ে তেওঁলোকক কলে — মুখ্যমন্ত্ৰীৰ লগত বেড ৰূমত বহি কথা পাতি আহিলো,তেওঁক বিজেপিলৈ আমন্ত্ৰণ কৰিছে। গতিকে তেওঁ যোৱাটো নিশ্চিত।

ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে সুশান্ত বৰগোঁহাই বিজেপিলৈ যোৱাৰ যি কথা ওলাইছে সেই বিষয়ত দুদিন পূৰ্বে তেওঁৰ পৰা কৈফিয়ৎ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল।

দুই এদিনতে কংগ্ৰেছ দলৰ পৰা সুশান্ত বৰগোঁহাইক বহিস্কাৰ কৰা হব বুলি আজিৰ সংবাদ মেলত জানিবলৈ দিয়ে শিৱসাগৰ জিলা কংগ্ৰেছে।

সুশান্ত বৰগোঁহাইৰ লগতে শিৱসাগৰ জিলা কংগ্ৰেছৰ আৰু চাৰিজন বিষয়ববীয়াই কংগ্ৰেছ দল ত্যাগ কৰে।

ইপিনে জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলে কয়, সুশান্ত বৰগোঁহাই কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত যদি বিজেপিৰ নেতা তথা থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে কংগ্ৰেছ দলত যোগদান কৰে তেন্তে তেওঁক আঁকোৱালি লোৱা হব। থাওৰাত উপ নিৰ্বাচন হলে যি কোনো মূল্যৰ বিনিময়ত তেওঁক নিৰ্বাচনত হৰুৱাব বুলি ঘোষণা কৰে জিলা কংগ্ৰেছে।

ইপিনে সুশান্ত বৰগোঁহাইয়ে কংগ্ৰেছ দল ত্যাগ আৰু বিধায়ক পদৰ পৰা পদত্যাগ কৰিব বুলি প্ৰচাৰ চলাৰ পিছতে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈ উঠিছে ৰাইজৰ দলকে ধৰি বিভিন্ন ৰাজনৈতিক দল।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক তথা অখিল গগৈৰ ঘনিষ্ঠ ধৈৰ্য কোঁৱৰৰ নাম চৰ্চালৈ আহিছে।

ইপিনে বিজেপিৰ পৰা সুশান্ত বৰগোঁহাইয়ে টিকট লাভ কৰিলে প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰীয়ে নিৰ্দলীয়ভাৱে উপ নিৰ্বাচনত অৱতীৰ্ণ হ’ব
পাৰে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

অৱশ্যে থাওৰাত উপ নিৰ্বাচন অনুষ্ঠিত হলে কোন দলৰ পৰা কোনে টিকট লাভ কৰিব সেয়া সময়তহে জানিব পৰা যাব।

২ আগ্ষ্টত সুশান্ত বৰগোঁহাইয়ে  বিজেপিত আনুষ্ঠানিক ভাবে যোগদান কৰিব বুলি জানিব পৰা গৈছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd