• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অৰুণাচল প্ৰদেশৰ চাংলাঙত দুজন আলফা (স্বাঃ)ৰ কেডাৰ আটক

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , April 4, 2020 8:50 pm

1 min read

অৰুণাচল প্ৰদেশৰ চাংলাঙত দুজন আলফা (স্বাঃ)ৰ কেডাৰ আটক
21.7k
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত আজি (শনিবাৰ) আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এক যুটীয়া অভিযানত দুগৰাকী আলফা (স্বাঃ)ৰ কেডাৰক আটক কৰা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, আলফা কেডাৰে ম্যানমাৰৰ দিশৰ পৰা চাংলাং জিলাত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰাৰ পিছতে আছাম ৰাইফলছ আৰু চি আৰ পি এফৰ সহযোগত তথা চাংলাঙৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লংভি গাঁৱত এক যুটীয়া অভিযান বাহিৰ কৰে।

উক্ত অভিযানৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দিশে পলাবলৈ চেষ্টা কৰা দুজন যুৱকক আটক কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

আটকাধীন যুৱক দুজনক আলফা (স্বাঃ) সক্ৰিয় সদস্য ডিব্ৰুগড়ৰ জাহ্নু বৰুৱা (২০) আৰ কাৰ্বি আংলঙৰ চন্দ্ৰকান্ত লেখাৰু (২৬) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ জেৰাত তেওঁলোকে ম্যানমাৰত থকা আলফা (স্বাঃ) কেম্পৰ পৰা অহা বুলি স্বীকাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে নামপং আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জনায়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd