• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন! ভাৰত-ম্যানমাৰ সীমান্তত দুই আলফা-স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড় by অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়
May 7, 2026 7:01 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৫ মে’ৰ নিশা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংছাউ পাছত নিষিদ্ধ আলফা-স্বাধীনৰ দুজন সক্ৰিয় সদস্যই নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

আত্মসমৰ্পণ কৰা দুজন অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ স্বয়ম্ভু কৰ্পৰেল অশোক সোণোৱাল ওৰফে লেকাং অসম আৰু ধেমাজিৰ লেন্স কৰ্পৰেল ৩১ বছৰীয়া বিপ্লৱ বুঢ়াগোহাঁই ওৰফে নিপেন অসম বুলি চিনাক্ত কৰা হৈছে।

Apply Now

জানিব পৰা মতে, যোৱা ৩ মে’ত এই যুটিটোৱে ম্যানমাৰৰ পাংমি অঞ্চলৰ ৰানু গাঁৱত অৱস্থিত আলফা-স্বাধীন যৌথ সাধাৰণ মুখ্য কাৰ্যালয় (জেজিএইচ) এৰি থৈ আহে।

পাংছাউ নিৰাপত্তা চকীত উপনীত হ’বলৈ তেওঁলোকে ভাৰত-ম্যানমাৰ সীমান্তৰ ঘন আৰু বিপদসংকুল ভূখণ্ডৰ মাজেৰে দুদিন খোজকাঢ়ি গৈ আত্মসমৰ্পণ কৰে।

নিৰাপত্তা বিষয়াসকলে এই ঘটনা সংগঠনটোৰ আভ্যন্তৰীণ মনোবল দুৰ্বল হোৱাৰ চিন বুলি উল্লেখ কৰিছে। এজন নিৰাপত্তা বিষয়াই কয় যে এই পদক্ষেপে আলফা-স্বাধীনৰ নেটৱৰ্কত নিৰন্তৰ চাপকে প্ৰতিফলিত কৰে আৰু ইংগিত দিয়ে যে কেডাৰসকলে সশস্ত্ৰ সংঘাতৰ সলনি শান্তিৰ পথ বাছি লৈছে।

বিষয়াগৰাকীয়ে লগতে কয় যে মূলসুঁতিলৈ ঘূৰি আহিব বিচৰা আনসকলৰ বাবে দুৱাৰ মুকলি হৈ আছে।

পাংছাউ পাছে দীৰ্ঘদিন ধৰি বিদ্ৰোহীৰ কাৰ্যকলাপৰ বাবে এক স্পৰ্শকাতৰ ট্ৰেনজিট পইণ্ট হিচাপে কাম কৰি আহিছে।

গোটটোৰ বৰ্তমানৰ কাৰ্যকৰী শক্তি, নেতৃত্বৰ স্তৰ, আৰু সীমান্তৰ গতিবিধিৰ সন্দৰ্ভত জটিল তথ্য উলিয়াবলৈ কৰ্তৃপক্ষই সোণোৱাল আৰু বুঢ়াগোহাঁই দুয়োজনকে জেৰা আৰম্ভ কৰিছে।

বুধবাৰে (৬ মে’) অসমৰ শিৱসাগৰ জিলাৰ ডিমৌ থানাৰ অন্তৰ্গত পালেংগীত অস্ত্ৰ-শস্ত্ৰসহ আটক কৰা হয় আলফা-স্বাধীনৰ এজন সক্ৰিয় কেডাৰক। আলফা-স্বাধীনৰ এই কেডাৰৰ নাম বীৰেন চেতিয়া ওৰফে ৰণ্টু অসম।

এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ নেতৃত্বত এটা দলে পালেংগীৰ ধ্যানপথাৰ গাঁৱৰ এটা বাসগৃহত তালাচী চলায়, য’ত কেডাৰজন আত্মগোপন কৰি আছিল।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে শেহতীয়াকৈ ম্যানমাৰৰ এটা শিবিৰৰ পৰা ৰণ্টু অসমে কূটাঘাতমূলক কামকাজৰ উদ্দেশ্যেৰে অসমত প্ৰৱেশ কৰিছিল।

কেইবাবছৰ পূৰ্বে ডিমৌত সংঘটিত হোৱা মাৰাত্মক গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত হৈ আছে আলফা-স্বাধীনৰ সদস্যজন।

ইফালে উত্তৰ-পূবৰ পৰা অহা বিদ্ৰোহীসকলক মূলসুঁতিলৈ ঘূৰি অহাৰ বাবে নিৰাপত্তা বাহিনীয়ে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, ‘এতিয়ালৈকে উত্তৰ-পূবৰ বহু বিদ্ৰোহী আৰু আলফা-স্বাধীনৰ কেডাৰে মূলসুঁতিত যোগদান কৰিবলৈ নিজৰ ঘৰলৈ উভতি আহিছে। হিংসাৰ পথ এৰিছে। আচলতে উত্তৰ-পূবৰ বিভিন্ন বিদ্ৰোহী গোটৰ অধিকাংশ কেডাৰেই শীৰ্ষ নেতাই ব্ৰেইনৱাছ কৰাৰ পিছত সংগঠনত যোগদান কৰিছিল। কিন্তু এতিয়া, তেওঁলোকে এই কথা উপলব্ধি কৰি মূলসুঁতিলৈ ঘূৰি আহিছে।’

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd