• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দহ দিনত আমেৰিকাৰ দুটা মন্দিৰত আক্ৰমণ; দুস্কৃতিকাৰীৰ হিন্দুসকলক আঁতৰি যাবলৈ ধমকি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 26, 2024 3:30 pm
96
VIEWS
Share on FacebookShare on Twitter

১৬ ছেপ্টেম্বৰত নিউয়ৰ্কত স্বামীনাথন মন্দিৰত আক্ৰমণ কৰা হৈছিল। বুধবাৰে কেলিফৰ্ণিয়াৰ হিন্দু মন্দিৰত পূৰ্বৰ আক্ৰমণৰ দহ দিনৰ ভিতৰতে আক্ৰমণ সংঘটিত হয়। ভাঙি-ছিঙি ভাঙি যোৱাৰ উপৰি মন্দিৰ দুটাৰ চৌহদত ‘হিন্দুৰা দুৰ হ’টো’ৰ পোষ্টাৰ স্থাপন কৰে দুৰ্বৃত্তই। এই ঘটনাই আমেৰিকাৰ প্ৰৱাসী হিন্দু সমাজত যথেষ্ট উত্তেজনা বিয়পাইছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আমেৰিকাত বাস কৰা হিন্দুসকলৰ অন্যতম তীৰ্থস্থান স্বামীনাথন মন্দিৰ। মন্দিৰ কৰ্তৃপক্ষই কয় যে, এদল দুষ্কৃতিকাৰীয়ে ‘হিন্দুৰা দুৰ হ’টো’ৰ পোষ্টাৰ লগাই মন্দিৰটো অপবিত্ৰ কৰে। আমি শান্তিৰ বাবে ঘৃণাৰ বিৰুদ্ধে একত্ৰিত হৈ প্ৰাৰ্থনা কৰিলোঁ। ইফালে, হিন্দু মন্দিৰৰ কাণ্ডক ঘৃণাজনিত অপৰাধ বুলি চিনাক্ত কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাৰ পাছতে কেলিফৰ্ণিয়াৰ হিন্দু মন্দিৰলৈ ভিৰ কৰে প্ৰবাসী হিন্দু। তেওঁলোকে একত্ৰিত হৈ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলে। সেই ছবিখন ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে।

ভাৰতীয় মূলৰ সাংসদ এমি বেৰাই এই ঘটনাক গৰিহণা দিয়ে। প্ৰথম অৱস্থাত শিখ উগ্ৰ সংগঠনটোৱে হয়তো এই আক্ৰমণ সংঘটিত কৰিছিল বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই পৰ্যন্ত কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। মন কৰিবলগীয়া যে স্বামীনাথন মন্দিৰত ইয়াৰ পূৰ্বেও কেইবাবাৰো আক্ৰমণ কৰা হৈছে। বাৰে বাৰে এনেধৰণৰ ঘটনাই প্ৰৱাসী হিন্দু সমাজক চিন্তিত কৰি তুলিছে।

Recent News

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

শিক্ষানুষ্ঠানৰ চৌহদত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেণ্ট, কলকাতাৰ ছাত্ৰক গ্ৰেপ্তাৰ

শিক্ষানুষ্ঠানৰ চৌহদত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত ইণ্ডিয়ান ইনষ্টিউট অৱ মেনেজমেণ্ট, কলকাতাৰ ছাত্ৰক গ্ৰেপ্তাৰ

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd