• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“আমাক হত্যা কৰা অথবা কেব বাতিল কৰা”, শিৱসাগৰত দুই যুৱকৰ আমৰণ অনশন

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 7, 2019 7:05 pm

1 min read

“আমাক হত্যা কৰা অথবা কেব বাতিল কৰা”, শিৱসাগৰত দুই যুৱকৰ আমৰণ অনশন
7.5k
VIEWS
Share on FacebookShare on Twitter

‘কেব’ক লৈ ৰাজ্যৰ চৌদিশ এতিয়া প্ৰতিবাদ মুখৰ। ৰাজপথলৈ ওলাই আহিছে দল-সংগঠন, ছাত্ৰ সমাজ। ইয়াৰ মাজতে শিৱসাগৰত দুই যুৱকে ‘কেব’ বিৰোধিতাৰে বহিল আমৰণ অনশনত।

“আমাক হত্যা কৰা নহ’লে কেব বাতিল কৰা” শ্ল’গান লৈ শিৱসাগৰৰ দুই যুৱক জিন্তু মেছ আৰু ওমৰ উল্লাই  আজিৰে পৰা ড০ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি জিন্তু মেছে কয়, “চাওল্যুং চ্যুকাফাই গঢ়ি থৈ যোৱা বৰ অসমক ধ্বংস কৰিবলৈ লোৱা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অমৃত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে কেব গৃহীত কৰাৰ আগতে  জাতিক ভাল পোৱা, ভাষাক ভাল পোৱা, অসমী আইক ভাল পোৱা আমাৰ দৰে যুৱকক প্ৰথমে হত্যা কৰক।”

তাৰোপৰি তেওঁ কয়,  “কোনো স্বাভিমানী অসমীয়াই নিজৰ ভৰিৰ তলৰ মাটিখিনি কোনো বাংলাদেশী বিদেশীয়ে কাঢ়ি নিয়াটো নিবিচাৰে। সেইবাবে আমাৰ এই সংগ্ৰাম মৃত্যু পৰ্যন্ত চলি যাব।”

যদি বিজেপি চৰকাৰে ‘কেব’ গৃহীত কৰে তেন্তে কেব বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ হ’বলৈ আমি  সাজু বুলি মন্তব্য কৰে জিন্তু মেছ আৰু ওমৰ উল্লাই।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd