DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 22, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুধনৈত আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

নীলমণি শৰ্মা by নীলমণি শৰ্মা
June 2, 2021 12:50 pm
cc
197
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ অসম জুৰি চলিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।

ইয়াৰ মাজতে যোৱা নিশা দুধনৈ চহৰৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী সহ নগদ ধন আৰু ড্ৰাগছ ।

দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলিছিল ড্ৰাগছ বিৰোধী অভিযান।অভিযানত দুধনৈৰ -ধনজিৎ ব্ৰহ্ম আৰু ৰাজু ভদ্ৰা নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

দুয়োজনক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ৭,৫০০ /- টকা, ১৪.১৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ, ছিৰিঞ্জ আদি উদ্ধাৰ কৰে ।গ্ৰেপ্তাৰ হোৱা দুয়োজন যুৱকে ড্ৰাগছ আসক্ত বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ।
দুধনৈ থানাত 63/21 U/S 21 (B)/29NDPS Act. নম্বৰত অনুসৰি গোচৰ পঞ্জীয়ন কৰা হয় ।

Recent News

Tejashwi Yadav

দেশত একনায়কত্ববাদ চলিছে নেকি! বিজপিক বাক্যবাণ তেজস্বী যাদৱৰ

কাৰ্যালয়ত বিশ্বত্ৰাস লাডেনৰ ছবি! চাকৰিৰ পৰা বৰ্খাস্ত মহকুমা বিষয়া

কাৰ্যালয়ত বিশ্বত্ৰাস লাডেনৰ ছবি! চাকৰিৰ পৰা বৰ্খাস্ত মহকুমা বিষয়া

Rani Mukerji visits Kamakhya

৪৫ বছৰত বলীউডৰ ‘ৰাণী’: কামাখ্যাত ল’লে আশীৰ্বাদ

Biswajit Hazarika murder case

বিশ্বজিৎ হাজৰিকা অপহৰণ-হত্যাকাণ্ড গোচৰ: বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহৰ প্ৰচেষ্টা আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd