• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইন্দোৰৰ পিছত এইবাৰ গুজৰাটত দূষিত পানীৰ আতংক! ৫ দিনত টাইফয়েডত আক্ৰান্ত ১০৪ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2026 11:53 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দূষিত পানীৰ সমস্যাত আলোড়ণৰ সৃষ্টি হৈছে ইন্দোৰত। অভিযোগ অনুসৰি ইন্দোৰৰ ভাগীৰথপুৰাত নলা-নৰ্দমা আৰু শৌচাগাৰৰ সৈতে মিহলি পানী খাই ২০০ৰো অধিক লোক আক্ৰান্ত হৈছে। কমেও ৯ জন লোকৰ মৃত্যু হৈছে।

এইবাৰ একেধৰণৰ ঘটনাৰ সাক্ষী হ’ল গুজৰাটৰ ৰাজধানী গান্ধীনগৰো। বিগত ৫ দিনত গান্ধীনগৰত দূষিত পানী সেৱন কৰি শিশু আৰু মহিলাসহ মুঠ ১০৪ জন লোক টাইফয়েডত আক্ৰান্ত হৈছে। চৰকাৰী সূত্ৰ অনুসৰি আটাইকেইজন অসুস্থ লোকক গুজৰাটৰ গান্ধীনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Apply Now

গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীয়ে কয় যে ৰোগীৰ চিকিৎসাৰ বাবে প্ৰশাসনে ২২ জনীয়া চিকিৎসকৰ এটা বিশেষ দল গঠন কৰিছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে।

অসুস্থ লোকসকলক সাক্ষাৎ কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে কথা পাতিছে বুলি জনায়। তেওঁ কয় যে তেওঁলোকক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব।

সংঘৱীয়ে লগতে কয় যে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলৰ পৰিয়ালৰ বাবে প্ৰশাসনে খাদ্য আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰি আছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে সমগ্ৰ বিষয়টোৰ ওপৰত চকু ৰাখিছে বুলি সংঘৱীয়ে জনায়।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি যোৱা তিনিদিনত টাইফয়েডৰ বাবে সৰ্বাধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। যোৱা তিনিদিনত টাইফয়েড পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ অহা ৫০ শতাংশ ৰোগী আক্ৰান্ত হৈছে। আক্ৰান্তৰ অধিকাংশৰে বয়স ১৮ বছৰৰ তলৰ।

চিকিৎসালয়ৰ অধীক্ষক মিতা পাৰেখে কয় যে ৰোগীসকলৰ অৱস্থা পূৰ্বতকৈ ভাল হৈছে। কেইবাটাও স্থানৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰা হৈছিল। তাত দেখা গৈছে  যে বেছিভাগ অঞ্চলৰ পানী খোৱাৰ উপযোগী নহয়।

গান্ধীনগৰৰ পানীত ক’ৰ পৰা দূষিত পানী বিয়পি পৰিছে সেই বিষয়ে জানিবলৈ গান্ধীনগৰ পৌৰসভাই এক সমীক্ষা চলাই আছে। ইয়াৰ উপৰিও পৌৰসভাই ৰাইজক পানী উতলাই খাবলৈ পৰামৰ্শ দিছে। ঘৰতে টেংকীৰ পানী পৰিষ্কাৰ কৰি ৰাখিবলৈ পৌৰসভাই বিনামূলীয়াকৈ ক্ল’ৰিন টেবলেট বিতৰণ কৰিছে।

পৌৰসভাৰ বিষয়াসকলে জনোৱা মতে, টাইফয়েড কেনেকৈ বিয়পি পৰিছে সেই বিষয়ে জানিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। অসুস্থ লোকৰ চিকিৎসাৰ ওপৰতো প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে যাতে কোনো ধৰণৰ গাফিলতি নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm
২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd