• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত-চীন সীমা বিবাদ প্ৰসংগত মূৰ নঘমাব, আমেৰিকাক সকিয়ালে চীনে, কিন্তু কিয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 7, 2021 4:12 pm

1 min read

a china
360
VIEWS
Share on FacebookShare on Twitter

চীন-ভাৰতৰ সীমা বিবাদে ইতিমধ্যে কেইবাটাও দশক অতিক্ৰম কৰিছে।

সীমা বিবাদ দূৰ কৰাৰ বাবে দুয়োখন দেশে বহু বাৰ আলোচনাত মিলিত হৈছে যদিও আজিলৈকে এই সমস্যাৰ কোনো আশু সমাধান সূত্ৰ ওলোৱা নাই।

ইয়াৰ মাজতে আজি চীনে চীন-ভাৰতৰ সীমা সমস্যাৰ বিষয়ত অযথা মূৰ নঘমাবলৈ আমেৰিকাক সকিয়াই দিয়ে।

চীনে কয় যে ভাৰত-চীনৰ সীমা সমস্যা দুয়োখন দেশৰ দ্বিপাক্ষিক সমস্যা। সেয়ে এই ক্ষেত্ৰত কোনো তৃতীয় পক্ষই মাত মতা উচিৎ নহয়।

উল্লেখ্য শেহতীয়াকৈ ভাৰতত থকা মাৰ্কিন ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰে এইবুলি কৈছে যে সামৰিক সহযোগিতাৰ ক্ষেত্ৰত আমেৰিকাই সদায় ভাৰতক সহায় কৰি আহিছে।

লাডাখত চীনৰ আগ্ৰাসী নীতিৰ বিৰুদ্ধে আমেৰিকাই মাত মাতি আহিছে আৰু মাত মাতি যাব বুলি মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকাশ কৰিছে।

ভাৰতস্থিত মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীৰ এনে মন্তব্যৰ পিছতে নতুন দিল্লীত থকা চীনৰ ৰাষ্ট্ৰদূত ছান ৱেইডঙে কৈছে যে চীন-ভাৰত সমস্যা সন্দৰ্ভত আমেৰিকাই মাত মতাটো চীনে কেতিয়াও সহ্য নকৰে।

আমেৰিকাই চীনৰ ওপৰত হেঁচাৰ সৃষ্টি কৰাৰ বাবেই এনেদৰে ভাৰতৰ কান্ধত বন্দুক থৈ গুলী ফুটাইছে বুলি চীনা ৰাষ্ট্ৰদূতগৰাকীয়ে মন্তব্য কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd