DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতত কিমান শতাংশ মহিলাই মদ্যপান কৰে? ইউবিএছৰ সমীক্ষা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 17, 2021 4:28 pm
176
VIEWS
Share on FacebookShare on Twitter

মহিলাৰ মাজত সুৰা পানৰ প্ৰৱণতা বাঢ়িছে বুলি সততে বহু জনে মন্তব্য কৰি আহিছে যদিও দৰাচলতে সুৰাপায়ী মহিলাৰ সংখ্যা বাঢ়িছেনে?

এই ক্ষেত্ৰত সমীক্ষাই পিছে এখম ওলোটা ছবিহে আমাৰ চুৰ সন্মুখত উদঙাই দিছে।

শেহতীয়া এক সমীক্ষা অনুসৰি দেশৰ প্ৰায় ১৬০ নিযুত লোকে সুৰাপান কৰি আহিছে। কিন্তু সুৰাপায়ী মহিলাৰ সংখ্যা দেশত সেই অনুপাতে মুঠেও বেছি নহয়। ভাৰতৰ মুঠ সুৰাপায়ী প্ৰায় ১৬০ নিযুত লোকৰ মাজৰে মাত্ৰ ৭.৫ শতাংশ মহিলাইহে সুৰাপান কৰে ।

আগশাৰীৰ প্ৰতিষ্ঠান সংস্থা ইউবিএছে চলোৱা এক সমীক্ষাত প্ৰকাশ পোৱা মতে দেশৰ মাত্ৰ ৭.৫ শতাংশ মহিলাহে সুৰাপায়ী। তেওঁলোকৰ মাজৰে আকৌ বহুতে নিয়মীয়াকৈ সুৰাপান নকৰে।

ইপিনে কোভিড পৰিস্থিতিৰ বাবে ভাৰতত বিগত দুটা বছৰত সুৰাৰ বিক্ৰীও ভালে খিনি হ্ৰাস পাইছে।

ইণ্টাৰনেছনেল ৱাইন এণ্ড স্পিৰিটে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ২০২০ চনত সুৰাৰ বিক্ৰী ২৯ শতাংশ কমি গৈছিল।
আনহাতে আমাৰ দেশত জনমূৰি সুৰাপানৰ পৰিমাণো আন বহু দেশতকৈ কম।

ভাৰতত জনমূৰি সুৰাপানৰ পৰিমাণ হৈছে ৫.৫ লিটাৰ। সমগ্ৰ বিশ্বত জনমূৰি সুৰাপানৰ পৰিমাণ ৬.২ লিটাৰ।

ভাৰতৰ সুৰাৰ বজাৰ খনৰ ২৩ শতাংশই অধিকাৰ কৰি আছে ইউনাইটেড স্পিৰিটে। আনহাতে সুৰা প্ৰস্ততকাৰী সংস্থা ডিয়েগ’ই ৫৫.৯ শতাংশ ভাৰতীয় বজাৰ দখল কৰি আছে।

এইএছএলে ৪৫ টা উৎপাদন গোট ভাৰতত স্থাপন কৰিছে।আছে। একেদৰে দেশৰ বিয়েৰৰ বজাৰ খনৰ ৫২ শতাংশ ইউনাইটেড ব্ৰেৱেৰিজৰ দখলত আছে।

ভাৰতত বিলাতী সুৰাৰ লগতে দেশীয় সুৰাৰো প্ৰচলন আছে।

দেশীয় সুৰা পানৰ ক্ষেত্ৰত শীৰ্ষত থকাৰ ৰাজ্য দুখন হৈছে ক্ৰমে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা।

এই দুখন ৰাজ্যৰ সুৰাপায়ীসকলৰ সৰহ সংখ্যকেই বিলাতী সুৰাৰ সলনি দেশীয় সুৰাহে পান কৰে।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd