• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০০৭ চনৰ লজ্জাজনক “বেলতলা কাণ্ড”ৰ দিনটোক ক’লা দিৱস হিচাপে পালন আদিবাসী ছাত্ৰ সন্থাৰ

চাজিদ খান by চাজিদ খান
November 24, 2019 10:55 pm
Black Day by AASAA

আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি শাখাই "বেলতলা কাণ্ড"ৰ দিনটোক ক'লা দিৱস হিচাপে পালন কৰাৰ দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৭ চনত ঘটা এটা পাহৰিব নোৱৰা অবিচাৰ, অমানৱীয় ঘটনাক সুঁৱৰি টংলা নগৰত সদৌ আদিবাসী ছাত্ৰ সন্থা, অসমৰ ওদালগুৰি শাখাই আজিৰ দিনটোক ক’লা দিৱস হিচাপে পালন কৰে।

সংগঠনটোৰ সভাপতি জাষ্টিন লক্ৰাৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে এই উপলক্ষে বন্তি প্ৰজ্বলন কৰে।

২০০৭ চনৰ আজিৰ দিনটোতে (২৪ নৱেম্বৰ) গুৱাহাটী মহানগৰীৰ ৰাজপথত সভ্য নাগৰিকেৰে গঠিত এটা উন্মত্ত দলৰ হাতত বিবস্ত্ৰা হৈছিল লক্ষ্মী ওৰাং নামৰ এগৰাকী আদিবাসী যুৱতী।

আদিবাসীসকলক জনজাতিৰ মৰ্য্যাদা দিয়াৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গুৱাহাটীত এটা প্ৰতিবাদী সমদল উলিয়াইছিল। বেলতলাত হোৱা প্ৰতিবাদী সমদলটোৱে দিচপুৰ অভিমুখে খোজকাঢ়ি আহি থকাৰ সময়ত মহানগৰীবাসী একাংশ স্থানীয় লোকে প্ৰতিবাদকাৰীসকলে হিংসাত্মক আচৰণ কৰা বুলি অভিযোগ আনি তেওঁলোকৰ সৈতে সংঘাতত লিপ্ত হৈছিল। তাৰ পিছতে এই লজ্জাজনক ঘটনাটো ঘটাইছিল মহানগৰীৰ তথাকথিত সভ্য সমাজে।

লগতে পঢ়ক এক দশকৰ পিছত লক্ষ্মী ওৰাঙক আকৌ এবাৰ নগ্ন কৰিলে বিজেপিৰ সমৰ্থকে

একাংশই লক্ষ্মীক নগ্ন কৰি দৌৰাই দৌৰাই পিটাৰ উপৰি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আন আন প্ৰতিবাদকাৰীসকলকো।

এই ঘটনাৰ দুখজনক সোঁৱৰণ কৰাৰ উপৰি উপস্থিতসকলক সম্বোধন কৰি লাক্ৰাই কয়, “আন ৰাজ্যত আদিবাসীসকলৰ জনজাতিৰ স্বীকৃতি পাইছে যদিও কংগ্ৰেছ আৰু বিজেপিৰ চৰকাৰ উভয়েই সম্প্ৰদায়টোক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি প্ৰতাৰণা কৰি আহিছে।”

উল্লেখ কৰিব পাৰি যে মহানগৰীৰ মানুহৰ হিংস্ৰতাৰ ফলত প্ৰাণৰ মমতাত সম্পূৰ্ণ উলংগ হৈ দৌৰি থকা অৱস্থাতো যুৱতীগৰাকীক কেইজনমানে প্ৰহাৰ কৰিছিল আৰু নিৰ্লজ্জ বহুকেইজনে তেওঁৰ ফটো উঠোৱাত ব্যস্ত আছিল।

ঘটনাটোৰ পিছত অসমৰ একাংশ সংবাদ মাধ্যমৰ ভূমিকাও আছিল অতি পক্ষপাতমূলক আৰু ঘটনাটোৰ বাবে প্ৰতিবাদকাৰীসকলৰ আচৰণক দায়ী কৰাৰ প্ৰৱণতাৰে বাতৰি পৰিৱেশন কৰিছিল।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd