• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৫ চনৰ ধৰ্ষণ গোচৰত অপৰাধীক ২০ বছৰৰ কাৰাদণ্ডৰ বিহিলে ওদালগুৰি আদালতে

চাজিদ খান, ওদালগুৰি by চাজিদ খান, ওদালগুৰি
July 9, 2024 10:38 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ২০১৫ চনত ৰৌতাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত এজন লোকক বিশ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। দোষী সাব্যস্ত মহম্মদ নুৰ আলীক ন্যায়াধীশে আই পি চিৰ ৩৭৬(ডি) ধাৰাৰ অধীনত ৩০ হাজাৰ টকা জৰিমনাও বিহে।

অৱশ্যে পৰ্যাপ্ত প্ৰমাণৰ অভাৱত আদালতে আনজন অভিযুক্ত মহম্মদ ছানাউল্লাহ আলীক দোষমুক্ত কৰে।

বিচাৰ বিভাগৰ মতে, ভ্ৰমণৰ সময়ত মহম্মদ নুৰ আলীয়ে ভুক্তভোগীক প্ৰলোভিত কৰি অপৰাধ সংঘটিত কৰে।

লগতে পঢ়কঃ আৰক্ষীৰ উপস্থিতিতে বিজয় উদযাপনত বিলালে সুৰাৰ বটল! বিজেপি কৰ্মীৰ কাণ্ডত তোলপাৰ এই ৰাজ্য

ইয়াৰ পিছতে ভুক্তভোগীৰ পিতৃ-মাতৃয়ে ৰৌতা থানাত আৰক্ষীক এজাহাৰ (এফআইআৰ) দাখিল কৰে।

তদন্ত আৰু চিকিৎসা পৰীক্ষাৰ অন্তত আৰক্ষীয়ে আই পি চিৰ ৩৭৬(ডি) ধাৰাত গোচৰ ৰুজু কৰে।

১৩ জন সাক্ষীক লৈ দীঘলীয়া বিচাৰ আৰু প্ৰমাণ দাখিল কৰাৰ পিছত আদালতে আলীক দোষী সাব্যস্ত কৰি ছানাউল্লাহ আলীক দোষমুক্ত কৰে।

লগতে পঢ়কঃ লোকসভাত ৰাহুল গান্ধীৰ হিন্দুত্ব সম্পৰ্কীয় মন্তব্য; ৰাহুলক সমৰ্থন শংকৰাচাৰ্যৰ

ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত ভুক্তভোগী পৰিয়ালক ৫ লাখ টকা প্ৰদান কৰিবলৈও জিলা আইন সেৱা প্ৰাধিকৰণক নিৰ্দেশ দিয়ে আদালতে। 

চাজিদ খান, ওদালগুৰি

চাজিদ খান, ওদালগুৰি

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

September 12, 2025 12:31 pm
চলন্ত ৰে’লৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত; সংকটজনক অৱস্থাত অভিনেত্ৰী কৰিশ্মা

চলন্ত ৰে’লৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত; সংকটজনক অৱস্থাত অভিনেত্ৰী কৰিশ্মা

September 12, 2025 12:04 pm
লজিষ্টিক পাৰ্কৰ বাবে ১৫০ বিঘা চৰণীয়া পথাৰখন অধিগ্ৰহণ কৰাৰ সিদ্ধান্তত খৰ্গহস্ত দ’ৰাবিলৰ স্থানীয় খিলঞ্জীয়া ৰাইজ

লজিষ্টিক পাৰ্কৰ বাবে ১৫০ বিঘা চৰণীয়া পথাৰখন অধিগ্ৰহণ কৰাৰ সিদ্ধান্তত খৰ্গহস্ত দ’ৰাবিলৰ স্থানীয় খিলঞ্জীয়া ৰাইজ

September 12, 2025 11:40 am
ছিকিমত ভয়াবহ ভূমিস্খলন, বৰ্তমানলৈ ৪টা মৃতদেহ উদ্ধাৰ; বিপদত পৰ্যটক, পৰিস্থিতি কি?

ছিকিমত ভয়াবহ ভূমিস্খলন, বৰ্তমানলৈ ৪টা মৃতদেহ উদ্ধাৰ; বিপদত পৰ্যটক, পৰিস্থিতি কি?

September 12, 2025 11:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

September 12, 2025 12:31 pm
চলন্ত ৰে’লৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত; সংকটজনক অৱস্থাত অভিনেত্ৰী কৰিশ্মা

চলন্ত ৰে’লৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত; সংকটজনক অৱস্থাত অভিনেত্ৰী কৰিশ্মা

September 12, 2025 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd