• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ উপস্থিতিতে বিজয় উদযাপনত বিলালে সুৰাৰ বটল! বিজেপি কৰ্মীৰ কাণ্ডত তোলপাৰ এই ৰাজ্য

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 9, 2024 8:12 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্টনৰ পিছত কাৰ্টন মদৰ বটল, মানুহৰ দীঘলীয়া শাৰী। তীব্ৰ ভিৰ চম্ভালিছে আৰক্ষীয়ে। কৰ্ণাটকৰ বিজেপিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী কে সুধাকৰৰ সমৰ্থকে আয়োজন কৰা এক অনুষ্ঠানত সুৰাৰ বটল বিলোৱা হয়। যাক লৈ এতিয়া ৰাজ্যখনৰ ৰাজনীতিত তোলপাৰ লাগিছে।

লোকসভা নিৰ্বাচনত চিকবল্লাপুৰ আসনৰ পৰা কংগ্ৰেছৰ এম এছ ৰক্ষা ৰমাইয়াৰ বিৰুদ্ধে বিজেপিৰ সুধাকৰে বিপুল জয় (বিজয়ৰ ব্যৱধান ১.৬ লাখ) লাভ কৰে। শেহতীয়াকৈ সাংসদগৰাকীৰ সমৰ্থক আৰু অনুগামীসকলে তেওঁৰ বিজয় উদযাপনৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰে।

লগতে পঢ়কঃ হিট এণ্ড ৰানৰ ঘটনাত একশ্যনত আৰক্ষী! শিৱসেনা নেতাৰ পুত্ৰৰ বিৰুদ্ধে ‘লুক আউট নটিচ জাৰি’

Apply Now

তাতেই বিনামূলীয়া সুৰাৰ বটল সংগ্ৰহ কৰিবলৈ লানি নিছিগা ভিৰ হৈছিল। আশ্চৰ্যজনকভাৱে অনুষ্ঠানৰ পূৰ্বে সাংসদ সুধাকৰে স্থানীয় আৰক্ষীলৈ এখন পত্ৰ লিখিছিল, অনুষ্ঠানটোৰ বাবে আৰক্ষী মোতায়েন কৰাটো বিচাৰিছিল। সেয়ে, এটা ডাঙৰ প্ৰশ্ন হ’ল, এই অনুষ্ঠানটোত আৰক্ষীয়ে কিয় অনুমতি দিলে?

কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰে কয়, ‘এয়া বিজেপিৰ সংস্কৃতি। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইয়াৰ উত্তৰ দিব লাগিব। মই স্থানীয় নেতাসকলৰ পৰা নিবিচাৰো, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে এই কাণ্ডৰ কাৰণ স্পষ্ট কৰক।’

BJP newly elected MP from chikkaballapur Dr K Sudhakar holds open alcohol party to thanks voters.

People were brought in trucks and alcohol bottles were distributed among them.

Sanskar of the BJP …. pic.twitter.com/UxUHThjgDk

— Shantanu (@shaandelhite) July 8, 2024

ৰাজ্য চৰকাৰে ৰাজ্যৰ আবকাৰী নীতিৰ অধীনত এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব নেকি বুলি সোধা প্ৰশ্নত উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সেইটো পৰৱৰ্তী বিষয়। বিজেপিয়ে প্ৰথমে উত্তৰ দিব লাগিব।

সুৰা বিতৰণক লৈ চলি থকা বিতৰ্কৰ মাজতে প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী তথা বিজেপিৰ বিধায়ক চি এন অশ্বথ নাৰায়ণে কয়, “সাংসদগৰাকীয়ে চিঠিখন লিখিছিল। সেই চিঠিখন সঠিকভাৱে নোচোৱালৈকে আমি কাকো দোষ দিব নোৱাৰো। প্ৰশাসনেও আৰক্ষী মোতায়েন কৰিছে। যদি চৰকাৰে তেনেকৈয়ে ভাবে তেতিয়াহ’লে নিশ্চয় ৰাজ্যত এই ব্যৱস্থা কাৰ্যকৰী হৈ আছে। যিয়েই নহওক ভুল হৈছে, কিন্তু প্ৰশাসনে প্ৰথমে ব্যৱস্থা লওক।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd