• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নৰম ঠাকৰে! দ্ৰৌপদী মুৰ্মুলৈ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত উদ্ধৱ ঠাকৰেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2022 9:07 pm
Droupadi Murmu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ৰাজনৈতিক মহলত বৃদ্ধি পাইছে উৎকণ্ঠা। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে শাসনাধিষ্ঠ এন ডি এ- মিত্ৰজোঁটে দ্ৰৌপদী মুৰ্মুক মনোনীত কৰাৰ বিপৰীতে বিৰোধী দলসমূহে উমৈহতীয়া প্ৰাৰ্থী হিচাপে থিয় কৰাইছে যশৱন্ত সিনহাক।

কিন্তু বিৰোধী এই ৰণনীতিত হঠাতে সৃষ্টি হৈছে অথন্তৰৰ। কিছুদিন পূৰ্বলৈকে বিজেপি বিৰোধী অন্যতম শক্তিশালী গোট হিচাপে পৰিগণিত হোৱা শিৱসেনাই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী সিনহাৰ পৰিৱৰ্তে এন ডি এ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুলৈ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

Apply Now

আজি শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে তেওঁৰ নেতৃত্বত শিৱসেনাই দ্ৰৌপদী মুৰ্মুক সমৰ্থন কৰিব বুলি ঘোষণা কৰে। কিছুদিন পূৰ্বে দলীয় বিসম্বাদত শাসনৰ পৰা উৎখাত হোৱা ঠাকৰেৰ বাবে এইয়া আন এক পৰাজয় হিচাপে বিবেচিত হৈছে।

কিয়নো বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিবলৈ সোমবাৰে দলৰ ২২ জন সাংসদৰ ভিতৰত ১৬ জনেই ঠাকৰেক জোৰ দিছিল। দ্ৰৌপদী মুৰ্মু এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ মহিলা হোৱাৰ দোহাই দি সাংসদসকলে ঠাকৰেৰ সমৰ্থন আহ্বান কৰিছিল।

উল্লেখ্য যে যদি মুৰ্মু নিৰ্বাচনত জয়ী হয়, তেন্তে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথম জনজাতীয় মহিলা হিচাপে পৰিগণিত হ’ব।

মুৰ্মুলৈ শিৱসেনাৰ সমৰ্থন আন এটা কাৰণতো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো জনসংখ্যাৰ ১০ শতাংশ অনুসূচীত জনজাতিৰ।

অৱশ্যে, মুৰ্মুক সমৰ্থন কৰাৰ অৰ্থ বিজেপিক সমৰ্থন কৰা নহয় শিৱসেনাৰ ঠাকৰে নেতৃত্বাধীন গোটে স্পষ্ট কৰি দিছে।

স্মৰ্তব্য যে একনাথ সিন্দেৰ গোটৰ দ্বাৰা এসপ্তাহ ধৰি চলি থকা দলীয় বিসম্বাদৰ ফলশ্ৰুতিত উদ্ধৱ ঠাকৰেয়ে যোৱা মাহত মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পদত্যাগ কৰিব লগা হৈছিল। ঠাকৰে চৰকাৰৰ পতনৰ পিছতে সিন্দেই বিজেপিৰ সৈতে লগ হৈ নতুন চৰকাৰ গঠন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd