• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উৱেফা চেম্পিয়নছ লীগ ফাইনেল : এটা গ’লৰ ব্যৱধানত পদক আঁজুৰি আনিলে চেলছিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2021 3:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বিতীয়বাৰৰ বাবে উৱেফা চেম্পিয়নছ লীগ জয় কৰিলে চেলছিয়ে।

ইউৰোপৰ অভিজাত ফুটবল ক্লাবসমূহৰ আটাইতকৈ বৰ্ণাঢ্য প্ৰতিযোগিতাখনৰ ফাইনেলত ১-০ ব্যৱধানত বিজয় সাব্যষ্ট কৰে ইংলিছ প্ৰিমিয়াৰ লীগৰ ঐতিহাসিক ক্লাবটোৱে।

Apply Now

শনিবাৰে পৰ্টুগালৰ প’ৰ্ট’ৰ এস্তাদিউ ডো ড্ৰেগো ষ্টেডিয়ামত চেলছি সন্মুখীন হয় ইংলিছ প্ৰিমিয়াৰ লীগৰে মানচেষ্টাৰ চিটিৰ স’তে।

উল্লেখযোগ্য যে মানচেষ্টাৰ চিটিয়ে এই বৰ্ষৰ প্ৰিমিয়াৰ লীগ জয় কৰিছে।

যেন এই ফাইনেলখনত প্ৰিমিয়াৰ লীগৰ প্ৰতিশোহে পূৰণ কৰিলে চেলছিয়ে।

মেচখনত একমাত্ৰ বিজয়সূচক গ’লটো কৰে চেলছিৰ কাই হাভাৰ্টজে।

(একমাত্ৰ গ’লটো কৰি উঠি হাভাৰ্টজ)

ক্লাবটোৰ আটাইতকৈ দামী খেলুৱৈ জাৰ্মানীৰ ফুটবলাৰজনে গ’লটো কৰে প্ৰথমাৰ্ধৰ ৪২ মিনিটত।

হাভাৰ্টজক গ’লটোৰ বাবে এছিষ্ট কৰে মেচন মাউণ্টে।

উল্লেখযোগ্য যে চেলছিৰ প্ৰশিক্ষক থমাছ টুচেলে যোৱাবাৰ ফ্ৰান্সৰ পেৰিছ চেইণ্ট-জাৰ্মেইনৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল।

তেওঁৰ প্ৰশিক্ষণতে ফ্ৰান্সৰ আগশাৰীৰৰ ক্লাবটো চেম্পিয়নছ লীগৰ ফাইনেলত অৱতীৰ্ণ হৈ জাৰ্মানীৰ বেয়াৰ্ণ মিউনিখৰ হাতত পৰাজিত হৈছিল।

কিন্তু এইবাৰ তেওঁ বিজয়ৰ সোৱাদ লাভ কৰিলে।

🏆 𝗖𝗛𝗔𝗠𝗣𝗜𝗢𝗡𝗦 𝗢𝗙 𝗘𝗨𝗥𝗢𝗣𝗘 🏆

Congratulations, @ChelseaFC! 🎉🎉🎉#UCL #UCLfinal pic.twitter.com/DDxy0BZYCn

— UEFA Champions League (@ChampionsLeague) May 29, 2021

মেচখনৰ প্ৰথমৰে পৰা আক্ৰমণাত্মকভাৱে খেলি গৈছিল কাই হাভাৰ্টছ, এনগ’ল’ কাণ্টৰ দৰে তাৰকাবিশিষ্ট চেলছিয়ে।

১৩ মিনিটতে গ’ল দিয়াৰ সুযোগ পাইও হেৰুৱাইছিল, তাৰ পাছতে হেৰুৱাইছিল ২টাকৈ সুযোগ।

কিন্তু হাভাৰ্টজৰ গ’লটোৰে তেওঁলোক প্ৰতিপক্ষতকৈ আগবাঢ়ি থাকে।

দ্বিতীয়াৰ্ধত চেলছিক উলটি ধৰে মানচেষ্টাৰ চিটিয়ে।

কিন্তু চিটিৰ গেব্ৰিয়েল জেচুচ, ফাৰ্ণাণ্ডিনহো, চাৰ্জিও আগুৱেৰোৰ দৰে তাৰকাসকলে আপ্ৰাণ চেষ্টা কৰিও চেলছিৰ ৰক্ষণবাহিনীক পৰাভূত কৰিব নোৱাৰিলে।

যাৰ ফলত পৰাজীত ক্লাব ফুটবলৰ কিংম্বদন্তি প্ৰশিক্ষক পেপ গুৱাৰ্ডিৱলাৰ দলটো।

উল্লেখযোগ্য যে ২০১২ চনত প্ৰথমবাৰৰ বাবে চেলছিয়ে এই প্ৰতিযোগিতাখনৰ খিতাপ অৰ্জন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

July 23, 2026 8:50 am
সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

July 23, 2026 8:50 am
সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd