• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিদেশী ডিগ্ৰী স্বীকৃতি আৰু সমতুল্যতা নিৰ্ধাৰণৰ বাবে ইউজিচিৰ নতুন নিয়ম জাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2025 6:03 pm
126
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) বিদেশী ডিগ্ৰীক স্বীকৃতি দিয়াৰ লগতে বিদেশত ভাৰতীয় ডিগ্ৰীৰ সমতুল্যতা নিৰ্ধাৰণৰ বাবে নতুন নিয়ম জাৰি কৰিছে। এই নিয়মসমূহক আনুষ্ঠানিকভাৱে ইউজিচি (বিদেশী শিক্ষা প্ৰতিষ্ঠানৰ অৰ্হতাৰ স্বীকৃতি আৰু সমতুল্যতা) বিধি, ২০২৫ বুলি নামকৰণ কৰা হৈছে।

বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে বিদেশত পঢ়াৰ সপোন দেখে, কিন্তু বিদেশী বিশ্ববিদ্যালয়সমূহে সদায় পোনপটীয়াকৈ ভাৰতীয় ডিগ্ৰী গ্ৰহণ নকৰে। একেদৰে বিদেশী ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে ভাৰতত স্বীকৃতি লাভ কৰাত প্ৰায়ে সমস্যাৰ সন্মুখীন হয়। এই সমস্যাসমূহৰ সমাধানৰ বাবে ইউজিচিয়ে এনে অৰ্হতাৰ স্বীকৃতি আৰু সমতুল্যতা নিৰ্ধাৰণৰ বাবে স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে।

Apply Now

নিয়ম অনুসৰি বিদেশী ডিগ্ৰী ভাৰতত স্বীকৃতি দিয়া হ’ব যদিহে সেই দেশখনৰ দ্বাৰা অনুমোদিত বা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা লাভ কৰে। লগতে, ডিগ্ৰীটোৱে সেই প্ৰতিষ্ঠানটোৱে নিৰ্ধাৰণ কৰা শৈক্ষিক মানদণ্ড আৰু প্ৰয়োজনীয়তাসমূহো পূৰণ কৰিব লাগিব।

উল্লেখযোগ্য যে চিকিৎসা, ফাৰ্মাচী, নাৰ্ছিং, আইন, আৰু স্থাপত্য আদি নিৰ্দিষ্ট পেছাদাৰী পাঠ্যক্ৰমৰ ডিগ্ৰীৰ ক্ষেত্ৰত এই নতুন নিয়ম প্ৰযোজ্য নহ’ব। এই ক্ষেত্ৰসমূহে ভাৰতত পৃথক স্বীকৃতি আৰু নিয়ন্ত্ৰণ পদ্ধতি অনুসৰণ কৰে।

বিদেশী আৰু ভাৰতীয় ডিগ্ৰী তুলনা কৰাৰ সময়ত ইউজিচিয়ে নিজ নিজ পাঠ্যক্ৰমৰ নূন্যতম সময়সীমা আৰু ক্ৰেডিটৰ প্ৰয়োজনীয়তা দুয়োটাকে বিবেচনা কৰিব। যদি ভাৰতীয় আৰু বিদেশী কাৰ্যসূচীৰ মাজত পাঠ্যক্ৰমৰ সময়সীমাৰ পাৰ্থক্য থাকে, তেন্তে প্ৰয়োজনীয় শৈক্ষিক ক্ৰেডিটৰ তুলনাৰ ওপৰত ভিত্তি কৰি সমতুল্যতা নিৰ্ধাৰণ কৰা হ’ব। প্ৰয়োজনীয় ক্ৰেডিটৰ ১০ শতাংশ পৰ্যন্ত তাৰতম্য গ্ৰহণযোগ্য বুলি গণ্য কৰা হ’ব।

বিদেশী ডিগ্ৰী স্বীকৃতি দিয়াৰ প্ৰক্ৰিয়াটোক অধিক স্বচ্ছ আৰু একধৰণৰ কৰি তোলা, যাতে বিদেশত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে ভাৰতত নিজৰ কেৰিয়াৰ বা অধিক অধ্যয়ন সুকলমে অব্যাহত ৰাখিব পাৰে এই লক্ষ্যৰে ইউজিচিয়ে এই নিয়ম প্ৰৱৰ্তন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd