• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেংগালুৰুৰ গ্ল’বেল হিউমেন পিছ ইউনিভাৰ্চিটিক ভুৱা শিক্ষানুষ্ঠান আখ্যা বিশ্ববিদ্যালয় অনুদান আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 10:36 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ববিদ্যালয় অনুদান আয়োগে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ জাননী জাৰী কৰি বেংগালুৰুৰ ৰাজাজিনগৰত অৱস্থিত গ্ল’বেল হিউমেন পিছ ইউনিভাৰ্চিটিক এটা ভুৱা বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰিছে। এই শিক্ষানুষ্ঠানখনৰ কোনো বৈধতা নাই বুলি স্পষ্ট কৰি দি ইউজিচিয়ে ছাত্ৰ-ছাত্ৰীসকলক ইয়াত নামভৰ্তি নকৰিবলৈ কঠোৰ পৰামৰ্শ দিছে। ১৬ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এই ৰাজহুৱা জাননীত উল্লেখ কৰা হৈছে যে উক্ত বিশ্ববিদ্যালয়খন ইউজিচি আইনৰ কোনো ধাৰাৰ অধীনতে স্বীকৃত নহয়। কেৱল ইউজিচিয়েই নহয়, অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন বা আন কোনো চৰকাৰী বিধিগত সংস্থাৰ পৰাও এই প্ৰতিষ্ঠানটোৱে কোনো অনুমতি লাভ কৰা নাই।

ইউজিচিয়ে জনোৱা মতে এই বিশেষ শিক্ষানুষ্ঠানখনে বৰ্তমানৰ চৰকাৰী আইন উলংঘা কৰি ডিগ্ৰী প্ৰদান কৰি আহিছে। আয়োগে স্পষ্টকৈ কৈছে যে এই প্ৰতিষ্ঠানে এতিয়ালৈকে প্ৰদান কৰা যিকোনো ডিগ্ৰী বা ডিপ্লমা উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অথবা চৰকাৰী চাকৰিৰ আবেদনৰ বাবে কোনো ধৰণে বৈধ নহ’ব। গতিকে এনে ধৰণৰ স্ব-ঘোষিত শিক্ষানুষ্ঠানত নামভৰ্তি কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত আৰু কেৰিয়াৰ গভীৰ সংকটত পৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলকো সজাগ হবলৈ আহ্বান জনোৱা হৈছে।

Apply Now

উল্লেখনীয় যে এই প্ৰতিষ্ঠানটোৱে নিজৰ ৱেবছাইটত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল চৰকাৰৰ অধীনত পঞ্জীয়নভুক্ত বুলি এক বিভ্ৰান্তিকৰ দাবী কৰি আহিছে। আনকি তেওঁলোকে ৱেবছাইটত আমেৰিকাৰ ঠিকনা ব্যৱহাৰ কৰাৰ লগতে ভাৰতৰ নিটি আয়োগৰ সৈতে পঞ্জীয়নভুক্ত বুলিও প্ৰচাৰ চলাইছে। সংবাদ মাধ্যমে যেতিয়া এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁলোকৰ তৰফৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল। চৰকাৰী স্বীকৃতি নোহোৱাকৈ ডিগ্ৰী বিতৰণ কৰা এনে ভুৱা শিক্ষানুষ্ঠানৰ পৰা আঁতৰত থাকিবলৈ ইউজিচিয়ে সকলোকে পুনৰ সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd