• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

UIDAI ৰ নতুন নিয়ম জাৰি; আধাৰ কাৰ্ডৰ ঠিকনা বা অন্য সাল-সলনিৰ বাবে ল’ব লাগিব এই উপায়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 6, 2019 8:25 pm

2 min read

aadhaar

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

7.7k
VIEWS
Share on FacebookShare on Twitter

যদিহে আপোনাৰ আধাৰ কাৰ্ডত নতুন কিবা আপডেট অথবা সাল-সলনি কৰিব লগীয়া আছে তেনেহ’লে এতিয়াৰে পৰা আপুনি অন্য পদ্ধতি প্ৰয়োগ কৰিব লাগিব।

আধাৰ জাৰি কৰা কোম্পানী UIDAI য়ে আধাৰ আপডেটৰ নিয়মত কিছু সাল-সলনি কৰিছে।

জনসাধাৰণৰ আধাৰ সম্পৰ্কীয় আপত্তি সমূহ নিষ্পত্তি কৰাৰ বাবে UIDAI য়ে দেশৰ বিভিন্ন চহৰত নতুন আধাৰ কেন্দ্ৰ স্থাপন কৰিছে।

আপুনি এই আধাৰ সেৱা কেন্দ্ৰ সমূহলৈ নোযোৱাকৈ আপোনাৰ নাম, ঠিকনা, জন্মৰ তাৰিখ আদিৰ সলনি কৰিব পাৰে।

আধাৰ সেৱা য়ু আই ডি এ আই কেন্দ্ৰ, ডাকঘৰ আৰু চৰকাৰী কাৰ্য্যালয় আদিত উপলব্ধ হ’ব।

য়ু আই ডি এ আয়ে দিল্লী, চেন্নাই, ভূপাল, আগৰা, হিসাৰ, বিজয়বাড়া আৰু চত্তীশগড়ত আধাৰ সংশোধনী সেৱা কেন্দ্ৰ স্থাপন কৰিছে।

ইয়াৰোপৰি, পাটনা আৰু গুৱাহাটীতো চলিত মাহৰ পৰাই আধাৰ সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ব। য়ু আই ডি এ আয়ে সমগ্ৰ দেশৰ ৫৩ খন চহৰত ১১৪ টা আধাৰ কেন্দ্ৰ মুকলি কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

আধাৰ সেৱা কেন্দ্ৰৰ সুবিধা লাভৰ বাবে অনলাইন অনুমতি লব লাগিব। কিদৰে অনলাইন অনুমতি ল’ব পৰা যায় আৰু কোনবোৰ সেৱাৰ বাবে অনুমতি লব লাগে।

নতুন আধাৰ বনোৱাৰ বাবে, নাম আপডেট কৰাৰ বাবে, ঠিকনা আপডেট কৰাৰ বাবে, জন্মতিথি আপডেট কৰাৰ বাবে, মোবাইল নম্বৰ আপডেট কৰাৰ বাবে, ই-মেইল আপডেট, লিংগ আৰু বায়োমেট্ৰিক আপডেট কৰাৰ বাবে অনুমতি ল’ব লাগিব।

ইয়াৰ বাবে প্ৰথমতে আপুনি য়ু আই ডি আই এৰ ৱেবচাইট (https://uidai.gov.in/) লৈ যাব লাগিব। তাৰ পাছত ‘মাই আধাৰ’ টেবত ক্লিক কৰিব লাগিব। ইয়াৰ পাছতে তাত চহৰৰ লোকেশ্যন দেখুৱাব আৰু তাৰ পৰা আপুনি নিজৰ চহৰখন বাচনি কৰিব লাগিব।

চহৰ বাচনি কৰাৰ পাছতে আপুনি ‘প্ৰোছেচ টু বুক এন এপোইণ্টমেণ্ট’ত ক্লিক কৰিব লাগিব।

এতিয়া এটা নতুন টেব খোল খাব আৰু ইয়াত তিনিটা অপচন থাকে-নতুন আধাৰ, আধাৰ আপডেট আৰু মেনেজ এপোইনমেণ্ট।

আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি ইয়াৰে যিকোনো এটা নিৰ্বাচিত কৰিব লাগিব। ধৰা হল আপুনি আপডেট অপছনটো বাচনি কৰিলে আৰু ইয়াত পঞ্জীয়নকৃত মোবাইল নম্বৰ, কেপচা কোড আৰু অ’ টি পি অন্তৰ্ভুক্ত কৰিলে আপোনাৰ এপ্লিকেশ্যন ভেৰিফাইড হৈ যাব।

অ’ টি পি ভেৰিফিকেশ্যন হৈ যোৱাৰ পাছত উপলব্ধ হোৱা ফৰ্মত নিজৰ প্ৰয়োজনীয় আপডেট অন্তৰ্ভুক্ত কৰিব লাগিব। এই প্ৰয়োজনীয় তথ্যসমূহ পুৰণ কৰাৰ পাছত বুকিং এপোণ্টমেইন্টৰ বাবে টাইম স্লথ বাচনি কৰিব লাগিব।

এতিয়া অন্তিম পৰ্যায়কত এপইণ্টমেন্ট ডিটেইলছৰ বিষয়ে জানি লওঁক আৰু যদিহে সলনি কৰিব খোজে পূৰ্বৰ টেবত ক্লিক কৰক অন্যথা চাবমিটত ক্লিক কৰক।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd