• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ১৬ বছৰতে ভোটাধিকাৰ দিয়াৰ পৰিকল্পনা কৰিছে ব্ৰিটেইনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 9:07 am
এইবাৰ ১৬ বছৰতে ভোটাধিকাৰ দিয়াৰ পৰিকল্পনা কৰিছে ব্ৰিটেইনে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটেইন চৰকাৰে গণতান্ত্ৰিক ব্যৱস্থাৰ বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিছে। পৰৱৰ্তী নিৰ্বাচনত ১৬ আৰু ১৭ বছৰীয়াসকলৰ ভোটাধিকাৰ সুনিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে। দেশখনৰ কৰ্তৃপক্ষৰ মতে এই পৰিৱৰ্তনে গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিব।

স্কটলেণ্ড আৰু ৱেলছৰ যুৱ ভোটাৰৰ বাবে এনে নীতি ৰূপায়ণ কৰাৰ পিছত ব্ৰিটেইনৰ বৰ্তমানৰ শাসকীয় লেবাৰ পাৰ্টিয়ে সেই পথ অনুসৰণ কৰিব বিচাৰিছে। তেওঁলোকৰ মতে ইয়াৰ ফলত ভোটাধিকাৰত সামঞ্জস্য সৃষ্টি হ’ব।

এক সাক্ষাৎকাৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেয়াৰ ষ্টাৰমাৰে কয় যে কামত যোগদান কৰিবলৈ তেওঁলোকৰ (তৰুণ-তৰুণী) বয়সটো যথেষ্ট। কৰ দিব পৰাকৈও তেওঁলোকৰ যথেষ্ট বয়স হৈছে। মই ভাবো আপোনাৰ টকা ক’ত খৰচ হয় সেইটো কোৱাৰ সুযোগ পোৱা উচিত। তদুপৰি চৰকাৰে কোন পথে যোৱা উচিত সেই সন্দৰ্ভতো তেওঁলোকে মতামত দিব পাৰিব।

ভোটাধিকাৰৰ এই পৰিৱৰ্তনৰ বাবে সংসদীয় অনুমোদনৰ প্ৰয়োজন। কিন্তু সংসদত এই আইনখন গৃহীত কৰাৰ বাটত বিশেষ বাধা আহিব যেন নালাগে। কাৰণ যোৱা বছৰ নিৰ্বাচনী প্ৰচাৰত তৰুণসকলক ভোটাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দি লেবাৰ পাৰ্টিয়ে সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।

ক্ষমতালৈ অহাৰ পিছত কেয়াৰ ষ্টাৰমাৰৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁৰ চৰকাৰে ধাৰাবাহিকভাৱে ভুল সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। বেছিভাগ জনমত সমীক্ষাতে তেওঁৰ দলটোৱে নাইজেল ফাৰাজৰ সোঁপন্থী ৰিফৰ্ম ইউ কে পাৰ্টিৰ পিছৰ স্থানত আছে।

অৱশ্যে ১৬-১৭ বছৰ বয়সৰ যুৱ ভোটাৰৰ ওপৰত কৰা এক সমীক্ষাত লেবাৰ পাৰ্টিৰ অৱস্থা অতি ভাল। এই সমীক্ষাটো মাৰ্লিন ষ্ট্ৰেটেজি নামৰ এটা সংস্থাই কৰিছিল। য’ত প্ৰায় ৫০০ তৰুণে অংশগ্ৰহণ কৰে।

সংবাদ মাধ্যমত প্ৰকাশিত পৰিসংখ্যাই প্ৰকাশ কৰিছে যে বেছিভাগ তৰুণে লেবাৰ পাৰ্টিক ভোট দিব। তেওঁলোকৰ সংখ্যা ৩৩ শতাংশ। আনহাতে ২০ শতাংশই ব্ৰিটেইন ৰিফৰ্ম পাৰ্টিক ভোট দিব। ১৮ শতাংশই গ্ৰীণ পাৰ্টিক ভোট দিব। ১২ শতাংশই লিবাৰেল ডেম’ক্ৰেটক ভোট দিব। এই ক্ষেত্ৰত যুক্তৰাজ্যৰ পূৰ্বৰ চৰকাৰী দল কনজাৰ্ভেটিভ পাৰ্টি তলত আছে। ১০ শতাংশ তৰুণে তেওঁলোকক ভোট দিব।

চৰকাৰী তথ্য অনুসৰি ব্ৰিটেইনত বৰ্তমান ১৬ৰ পৰা ১৭ বছৰ বয়সৰ ১৬ লাখ তৰুণ-তৰুণী আছে। মুঠ ভোটাৰৰ সংখ্যা ৪ কোটি ৮০ লাখ। ২০০১ চনৰ পিছত এই সংখ্যা সৰ্বনিম্ন। ২০২৯ চনত দেশৰ পৰৱৰ্তী সংসদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm
ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

August 17, 2025 11:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm
ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd