• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Wedding in the time of War: অনিশ্চয়তাৰ মাজতো ইউক্ৰেইনত বৃদ্ধি পাইছে বিবাহ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 28, 2022 7:16 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Ukraine sees wartime marriage rush ৰাছিয়াৰ সামৰিক অভিযানৰ বাবে এতিয়া ইউক্ৰেইনৰ চাৰিওফালে বোমা আৰু গুলী-বাৰুদৰ গোন্ধ বিয়পিছে। বহুলোকে এতিয়া প্ৰচণ্ড শব্দত টোপনিৰ পৰা সাৰ পায়, কোনোৱে এমুঠি অনিশ্চয়তা লৈ নিশা শুবলৈ যায় আৰু সেইদৰে জীৱনৰ পলবোৰ পাৰহৈ যায়। জীৱন আৰু মৃত্যুৰ সৈতে সময় ।

জীৱনটো এটা অনিশ্চিত গন্তব্যস্থানতো ৰৈ নাযায়। নিজৰ নিয়ম অনুসৰি জীৱন ৰথ আগবাঢ়ে, সপোনে পোখা মেলে। মৃত্যু উপত্যকাত কিছুৱে হাতত ৰঙা গোলাপ লৈ থিয় হয় আৰু আৰম্ভ কৰে যুগ্ম জীৱনৰ সুখময় যাত্ৰা!

সংঘৰ্ষপীড়িত দেশ ইউক্ৰেইনতো এনে ধৰণৰ উৎসৱ আৰু জীৱন উদযাপনৰ কাহিনী আছে। টেটিয়ানা নামৰ এগৰাকী মহিলাই যুদ্ধ, বোমা আৰু গুলী-বাৰুদৰ বিভীষিকাৰ মাজতে আৱদ্ধ হৈছে বিবাহ পাশত।

Apply Now

তেওঁৰ বৰ্ণনাত বিয়াখন আছিল, “প্ৰথমতে মই ভাবিছিলো যে এইটো বজ্ৰপাত আছিল, কিন্তু আকাশ পৰিষ্কাৰ আছিল আৰু মই অনুভৱ কৰিছিলো যে গোলাবৰ্ষণ চলি আছে। … প্ৰাসংগিকভাৱে, মই ভাবিছিলো যে আমি বৰ্তমান আমাৰ বিবাহ বাতিল কৰা উচিত, কিন্তু মোৰ প্ৰেমিকে মোক কৈছিল যে এই যুদ্ধৰ বাবে আমাৰ পৰিকল্পনা পানী কৰাৰ আমাৰ কোনো অধিকাৰ নাই। ‘

এনেদৰে যুদ্ধক উপেক্ষা কৰি বিবাহ পাশত আৱদ্ধ হয় টেটিয়ানা দম্পতী। তেওঁলোকৰ দৰেই আৰু আন বহুতে অনিশ্চয়তাৰ মাজতে আৰম্ভ কৰিছে জীৱনৰ এটা নতুন অধ্যায়।

টেটিয়ানাৰ অঞ্চলটোত ৰাছিয়াৰ সামৰিক অভিযানৰ প্ৰথম সপ্তাহতে ১,৬০০ বিবাহ পঞ্জীয়ন কৰা হৈছিল। এইটো ২০২০ চনৰ গোটেই বছৰটোতকৈ বহুত বেছি। ২০২০ চনত অঞ্চলটোত ১৩০০ খন বিবাহহে হৈছিল।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ আক্ৰমণৰ পাঁচ মাহত ৯,১২০ খন বিবাহ পঞ্জীয়ন কৰা হৈছে। এইটো ২০২১ চনৰ একেখিনি সময়তকৈ আঠগুণ বেছি। এই সময়খিনিত যোৱা বছৰ কিয়েভত ১,১১০ খন বিবাহ পঞ্জীয়ন হৈছিল।

যুদ্ধৰ সাজ পিন্ধা এনাষ্টাছিয়া নামৰ এজন যুৱকে কৈছিল, “যুদ্ধৰ সময়ত বিয়া কৰাটো সাহসৰ কাম আৰু এক কঠিন পদক্ষেপ। কিয়নো আপুনি নাজানে ভৱিষ্যতে কি হ’বলৈ গৈ আছে।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd