• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

‘অপাৰেচন ভিভাল্ডি’ নামৰ এই গোপন অভিযান মে’ মাহৰ পৰা আৰম্ভ হৈছিল। যোৱা সপ্তাহত ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ থাৰ্ড আৰ্মী কৰ্পছে এই অভিযানৰ সবিশেষ প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2026 9:30 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াক ধৰাশায়ী কৰিবলৈ যুদ্ধক্ষেত্ৰত ৰবট সেনা মোতায়েন কৰিছে ইউক্ৰেইনে। ইউক্ৰেইনৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী মিখাইল ফেড’ৰভে শনিবাৰে এই কথা ঘোষণা কৰিছে।

এইবাৰ ৰবট সেনাৰ শক্তিৰ সবিশেষ চৰ্চালৈ আহিছে। শত্ৰুৰ প্ৰতিৰক্ষা লাইনৰ পিছফালে বিমানেৰে নমোৱা ইউক্ৰেইনৰ ‘কামিকাজে গ্ৰাউণ্ড ৰবট’ অভিযানত প্ৰায় ৩ হাজাৰ ৰাছিয়ান সৈন্য নিহত হৈছে। এই দাবী ইউক্ৰেইনৰ সেনাৰ।

‘অপাৰেচন ভিভাল্ডি’ নামৰ এই গোপন অভিযান মে’ মাহৰ পৰা আৰম্ভ হৈছিল। যোৱা সপ্তাহত ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ থাৰ্ড আৰ্মী কৰ্পছে এই অভিযানৰ সবিশেষ প্ৰকাশ কৰিছিল।

Apply Now

দাবী কৰা হৈছে যে এই অভিযানত ডনেস্কৰ বিবাদিত অঞ্চলত পাঁচখন গাঁও আৰু তিনিটা বসতি পুনৰ দখল কৰা হৈছে। ইউক্ৰেইনৰ থাৰ্ড আৰ্মী কৰ্পছৰ অধিনায়ক জেনেৰেল এণ্ড্ৰি বিলেটস্কিয়ে কয় যে, “আমি বিশ্বৰ ভিতৰতে প্ৰথমে গ্ৰাউণ্ড ৰবট এয়াৰড্ৰপিঙৰ এই কৌশল ব্যৱহাৰ কৰিছো।”

বোমাৰু ড্ৰ’নৰ সহায়ত ৰাছিয়াৰ ফ্ৰণ্টলাইনৰ পিছফালে সৰু সৰু মানৱবিহীন ভূমি বাহন বা ইউজিভি নমোৱা হয়। এইবোৰ আচলতে ৰবট। যিটো দূৰৈৰ পৰা ৰিমোটেৰে চলাব পাৰি। ইয়াৰ ভিতৰত বিস্ফোৰক সামগ্ৰী ভৰ্তি হৈ থাকে। লক্ষ্যত উপনীত হ’লেই বিস্ফোৰণ ঘটে। ৰবটটোৰ কেমেৰাৰ সহায়ত অপাৰেটৰে সমগ্ৰ অঞ্চলটো স্পষ্টকৈ চাব পাৰে।

ইউক্ৰেইনৰ সেনাই দাবী কৰিছে যে মে’ মাহৰ পৰা চলি থকা এই অভিযানত কমেও ১৫,৭০০টা আক্ৰমণ সংঘটিত হৈছে। এই ৰবটসমূহে মূলতঃ ৰাছিয়াৰ কমাণ্ড পোষ্ট, সেনাৰ আশ্ৰয় শিবিৰ, লজিষ্টিক চেণ্টাৰ, নদী পাৰ হোৱা স্থানসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয়।

বিলেটস্কিয়ে দাবী কৰে, “শত্ৰু আকাশৰ পৰা আক্ৰমণৰ বাবে সাজু থাকে। কিন্তু স্থলভাগৰ পৰা আক্ৰমণ অতি অপ্ৰত্যাশিত। সেয়ে শত্ৰুৱে নিৰাপদ বুলি ভবা ঠাইতে তেওঁলোকৰ সৈন্য নিহত আৰু আহত হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am
উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd