• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষী-সেনাৰ যুটীয়া অভিযানত আটক আলফা (স্বাঃ)ৰ দুৰ্ধৰ্ষ সদস্য

Avik Chakraborty অভিক চক্ৰৱৰ্তি
ডিব্ৰুগড় , June 12, 2020 1:26 pm

1 min read

আৰক্ষী-সেনাৰ যুটীয়া অভিযানত আটক আলফা (স্বাঃ)ৰ দুৰ্ধৰ্ষ সদস্য

ফটো : নৰ্থ-ইষ্ট নাও

5.9k
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ ডিব্ৰুগড় জিলাত ১১ জুন অৰ্থাৎ বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষী বাহিনীয়ে চলোৱা এটা অভিযানত আলফা (স্বা)ৰ এজন দুৰ্ধৰ্ষ সদস্য আটক হয়।

ডিব্ৰুগড় আৰক্ষী আৰু সেনা বাহিনীৰ দলে যুটীয়াভাৱে এই অভিযানটো চলায়।

আটকাধীন আলফা (স্বা)ৰ সদস্যজনক বাবুল গগৈ বুলি চিনাক্ত কৰা হয়। বাবুল ডিব্ৰুগড় জিলাৰ টিংখঙৰ ২ নং নাচনি গাঁৱৰ বিভিকা গগৈৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

আটকাধীন বাবুল গগৈৰ পৰা সংগঠনটোৰ ভৱিষ্যত পৰিকল্পনা তথা সবিশেষ জানিবলৈ আৰক্ষীয়ে বৰ্তমান জেৰা চলাই আছে বুলি এটা সূত্ৰই জনায়।

যোৱা কিছু দিনৰ পৰা উজনি অসমৰ বিভিন্ন অঞ্চলত নিষিদ্ধ ঘোষিত সংগঠনৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষী বাহিনীয়ে চলাই থকা অভিযানৰ অংশ আছিল বৃহস্পতিবাৰৰ এই অভিযানটো।

উল্লেখ্য যে বিগত এমাহ মানত অসম আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানকাৰী দলে উজনি অসমৰ বিভিন্ন জিলাৰ পৰা কেইবাজনো উগ্ৰপন্থী সদস্যক আটক কৰিবলৈ সক্ষম হৈছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd