• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বজুৰি চীনত আৰম্ভ হোৱা কৰ’নাৰ আতংক : কেনে আছে পৰেশ বৰুৱা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 2, 2020 8:45 pm
Paresh-Baruah-1-750x375-2

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বর্তমান বিশ্বজুৰি কৰ’নাই সন্ত্ৰাস চলাইছে আৰু চীনত উৎপত্তি হোৱাৰ পাছত এই মাৰাত্মক ভাইৰাছ দুই শতাধিক দেশলৈ বিয়পিছে।

চীন দেশতো এই ভাইৰাছৰ কবলত প্ৰায় ১ লাখ লোক আক্ৰান্ত হোৱাৰ লগতে ৩ শতাধিক লোকে মৃত্যুক সাবটি ল’বলগীয়া হৈছে।

Apply Now

শেহতীয়াকৈ ভাৰতত দুই সহস্ৰাধিক লোকলৈ এই ভাইৰাছৰ সংক্ৰমণ হোৱাৰ লগতে বৰ্তমানলৈকে ৬০ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

অসমতো বৰ্তমানলৈকে ১৬ গৰাকী লোক কভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ বলি হৈছে।

যিহেতু চীনৰ উহান চহৰত এই ভাইৰাছৰ উৎপত্তি হৈছিল গতিকে যুনান প্ৰদেশত থকা আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ভালে-কুশলে আছে নে সেই কথা জানিবলৈ সকলোৰে উৎসুকতা বৃদ্ধি পাইছে।

দীৰ্ঘদিন ধৰি এটা বিদ্ৰোহী সংগঠনৰ নেতৃত্ব দি অহা পৰেশ বৰুৱা বৰ্তমান চীন দেশত থাকি কেনে অৱস্থাত আছে সেয়া জানিবলৈ সকলোৱে উৎসুকতাৰে বাট চাই ৰৈছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে, অসমৰ যিকোনো জটিল পৰিস্থিতিত পূৰ্বতে আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীয়ে ফোনযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। কিন্তু ক’ৰ’নাই ভয়াবহ ৰূপ লোৱাৰ পাছতো ব্যক্তিগত টেলিভিছন সমূহলৈ ফোনযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই পৰেশ বৰুৱাক।

সাধাৰণতে সকলোৰে মনত হয়তো এটাই প্ৰশ্ন ‘কেনে আছে পৰেশ বৰুৱা বা কিয় এনে সময়ত অসমবাসীক সান্তনা দিবলৈয়ো এবাৰো ফোন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বৰুৱাই?’

আনহাতে, অন্য এক বিষয় মন কৰিবলগীয়া যে, ভাৰতত কৰ’না সংক্ৰমণ হোৱাৰ পূৰ্বৰে পৰা প্ৰায়বোৰ উগ্ৰপন্থী সংগঠন বহুদিন ধৰি নিস্ক্ৰিয় হৈ আহিছে।

কৰ’নাৰ আতংকৰ দিনকেইটাতো তেওঁলোকে কোনোধৰণৰ কাৰ্য্যকলাপ প্ৰদৰ্শন কৰা নাই। বিদ্ৰোহী সংগঠনসমূহকো ক’ৰনাৰ আতংকই প্ৰভাৱিত কৰিছে বা তেওঁলোকেও সামাজিক ব্যৱধান বৰ্তাই ৰখাৰ চেষ্টা কৰিছে?

ইপিনে, এনডিএফবিৰ চাৰিটা গোট মূল সূতিলৈ অহাৰ পাছত আলফা স্বাধীনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা হ’ব বুলিও বহুল চৰ্চা চলিছিল। তাৰ লগতে পৰেশ বৰুৱা শান্তি আলোচনাৰ মেজলৈ আহিব বুলিও সৰব চৰ্চা চলিছিল। কিন্তু তেনে সময়তে সমগ্ৰ বিশ্বতে আৰম্ভ হ’ল কৰ’না ভাইৰাছৰ ত্ৰাস।

সেয়েহে এই প্ৰশ্নৰ উত্তৰ সকলোৱে জানিব বিচাৰে যে ‘বিশ্ব সংহাৰী কৰ’নাৰ ত্ৰাসৰ সময়ত কেনে আছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd