DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ULFA-I Chief Paresh Baruah সাৰ্বভৌমত্বৰ বিষয়ত কোনো আপোচ নহয়; স্পষ্ট কৰিলে আলফা(স্বা:)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2021 7:00 am
Paresh-Baruah-750x375
374
VIEWS
Share on FacebookShare on Twitter

ULFA-I Chief Paresh Baruah ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিষিদ্ধ ঘোষিত সংযুক্ত মুক্তি বাহিনী, অসমৰ সৈতে ‘সাৰ্বভৌমত্বৰ মূল দাবী’ক লৈ আলোচনা কৰিবলৈ সাজু হোৱা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী বুলি দাবী কৰি এখন ৰাষ্ট্ৰীয় কাকতে প্ৰকাশ কৰা এক প্ৰতিবেদনৰ পাছতে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আলফা স্বাধীনৰ মুৰব্বী গৰাকীয়ে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে বিদ্ৰোহী সংগঠনটোৱে ‘আগন্তুক দিনত অসমৰ সাৰ্বভৌমত্বৰ সৈতে আপোচ নকৰে’।

বিবৃতিটোত পৰেশ বৰুৱাই কয়,’’অসমৰ পূৰ্বৰ গৌৰৱ প্ৰতিষ্ঠা কৰিবলৈ চলোৱা ৪২বছৰ পুৰণি স্বাধীনতাৰ সংগ্ৰাম এতিয়াও অব্যাহত আছে। লগতে, অহা বছৰবোৰত অসমৰ সাৰ্বভৌমত্বক লৈ কেতিয়াও নহয়।‘’

ইতিমধ্যে ৰাষ্ট্ৰীয় কাকতখনত প্ৰকাশ পোৱা প্ৰতিবেদনৰ দাবীক নস্যাৎ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো মুখ্যমন্ত্ৰীয়ে ভাৰতৰ সাৰ্বভৌমত্বৰ বিষয়ক লৈ আলোচনা কৰিব নোৱাৰে।

ইয়াৰ পাছতে ৰাষ্ট্ৰীয় কাকতখনে আনকি ইয়াৰ শিৰোনামাটোও কিছু সলনি কৰা দেখা যায়।

ইপিনে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য সম্পৰ্কত আলফা স্বাধীনৰ মুৰব্বীগৰাকীয়ে কয়,’’মি ভাৱো অসমৰ মুখ্যমন্ত্ৰীৰ অসমৰ সাৰ্বভৌমত্বৰ দৰে বিষয়বোৰৰ ওপৰত ৰাজহুৱা বক্তৱ্য ৰখাৰ অধিকাৰ আছে।‘’

‘’অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ সত্য কোৱাৰ তথা অসমৰ জনসাধাৰণৰ মংগল বিচৰাৰ দায়িত্ব আৰু মঞ্চত উপবিষ্ট হৈ আছে,’’-বৰুৱাই লগতে কয়। 

Recent News

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd