DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লক্ষ্য দুৰ্গা পূজাৰ প্ৰাকক্ষণত কুটাঘাত; কামাখ্যা ৰে’ল ষ্টেশ্যনত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ আলফা(স্বা)ৰ কেডাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 25, 2019 6:44 pm
ULFA

মহানগৰীত গ্ৰেপ্তাৰ হোৱা আলফা সদস্য গৰাকী

991
VIEWS
Share on FacebookShare on Twitter

জালুকাবাৰী আৰক্ষীয়ে বুধবাৰে ৰাতিপুৱাৰ ভাগত এক পোপন সুত্ৰৰ পম খেদি কামাখ্যা ৰে’ল ষ্টেশ্যনত চলোৱা অভিযানত এজন দুৰ্দ্ধৰ্ষ আলফা(স্বা)ৰক সদস্য গ্ৰেপ্তাৰ হয়।

গ্ৰেপ্তাৰ হোৱা আলফা স্বাধীনৰ কেডাৰজনক দিগন্ত চেতিয়া বুলি চিনাক্ত কৰা হৈছে। ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাতে গ্ৰেপ্তাৰ হ’বলগীয়া হয় আলফা স্বাধীনৰ কেডাৰগৰাকী।

মহানগৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে বৰ্তমানো আলফা স্বাধীনৰ কেডাৰগৰাকীক সোধ-পোচা অব্যাহত ৰাখিছে।

আনহাতে, শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণত এনেদৰে আলফা সদস্য আৰক্ষীৰ জালত পৰাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

আলফা স্বাধীনে দুৰ্গা পূজাৰ সময়ত মহানগৰীত ভয়ংকৰ কুটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে এনেদৰে মহানগৰীত প্ৰৱেশ কৰিছিল বুলি সন্দেহ কৰিছে মহানগৰ আৰক্ষীয়ে।

দুৰ্গা পূজাৰ প্ৰাক ক্ষণত যাতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে কোনোধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে সেই উদ্দেশ্যে ইতিমধ্যে তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী।

তদুপৰি, গুৱাহাটী মহানগৰীত ইতিমধ্যে কেইবাজনো আলফা স্বাধীনৰ কেডাৰে প্ৰৱেশ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীয়ে।

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd