• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা (স্বাঃ)ৰ প্রতিক্রিয়া: টীয়ক চাহ বাগিচাত থলগিৰী চিকিৎসকক হত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2019 9:50 pm
Paresh-Baruah-1-750x375-2

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিয়ক চাহ বাগিচাত ডাঃ দেবেন দত্তৰ নৃশংস হত্যাকাণ্ডৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আলফা স্বাধীনে।

এক প্ৰেছ বিবৃতি যোগে চাহ জনগোষ্ঠীয় লোকসকলক অসমৰ থলগিৰী লোকৰ ওপৰত এনে জঘন্য আক্ৰমণ কৰাৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনায় আলফা স্বাধীনে। ভবিষ্যতে পুনৰ তেনে ঘটনা সংঘটিত হ’লে ভাৰতীয় সংবিধান মতে নহয় আলফাই নিজে শাস্তি বিহিব বুলি ভাবুকি দিয়ে আলফা(স্বা)য়ে।

Apply Now

প্ৰেছ বিজ্ঞপ্তিটোত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোৱে অসমৰ থলগিৰী ৰাইজে শতিকা ধৰি চাহ জনগোষ্ঠীয় ভাইসকলক থলগিৰী জাতিৰ এক অবিচ্ছেদ্য অংগ বুলি ভাবি অহাৰ লগতে অসমৰ থলগিৰী ৰাইজে আদিবাসীৰ বিপৰীতে ‘চাহ জনগোষ্ঠী’ হিচাপে বিৰল সন্মান প্ৰদান কৰিছে বুলি উল্লেখ কৰে।

কিন্তু অসমৰ এচাম চাহ জনগোষ্ঠীৰ লোকে বিভিন্ন সময়ত সামাজিক ন্যায় বিচাৰি আদিম যুগৰ আদিবাসী সকলৰ বৰ্বোচিত কাণ্ডবিলাক থলগিৰীৰ ওপৰত প্ৰয়োগ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে আলফা স্বাধীনে।

‘‘বিগত দশকত চাহ জনগোষ্ঠীৰ লোকে ন্যায় বিচাৰি সংঘটিত কৰা বৰ্বৰোচিত ঘটনাবিলাকে থলগিৰী জনগণক গভীৰভাৱে চিন্তিত কৰি তুলিছে। চাহ জনগোষ্ঠীৰ একাংশ লোকে সংঘটিত কৰা মধ্যযুগীয়া তথাকথিত ভাৰতত প্ৰচলিত বৰ্বোৰোচিত কাণ্ডবিলাকে আজি আমাৰ থলগিৰী সমাজ ব্যৱস্থাত সন্ত্ৰাস সৃষ্টি কৰা উপৰিও থলগিৰী ৰাইজৰ ঐক্য বিনষ্ট কৰিছে’’-বিবৃতিটোত এনেদৰে প্ৰকাশ কৰে আলফা স্বাধীনে।

এনে বৰ্বৰ ঘটনাৰ উদাহৰণ দি সংগঠনটোৱে পেঙেৰীৰ ৰাণী অঞ্চলৰ চাহ ব্যাৱসায়ী ‘মৃদুল কুমাৰ ভট্টাচাৰ্য্য আৰু তেওঁৰ পত্নী’’ক নৃশংসভাৱে কৰা হত্যা, ডিকমৰ নোমল বৰা নামৰ থলগিৰী মানুহজনক অত্যাচাৰ কৰি বিষাক্ত আমৰলি পৰুৱা মেলি দি হত্যা, ডিকম চাহ বাগিচাৰ চিৎকিসক ডাঃ প্ৰবীন বৰঠাকুৰক চিৰকালৰ বাবে পংগু কৰা ঘটনাৰ কথা উল্লেখ কৰে।

আলফা স্বাধীনে পূৰ্বেও এনে জঘন্য হত্যাকাণ্ডৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা স্বত্তেত পুনৰ যোৱা কেইটামান দিনৰ ভিতৰত দুজনকৈ থলগিৰী চিকিৎসক চাহ জনগোষ্ঠীৰ একাংশ লোকৰ মধ্যযুগীয়া বৰ্বৰোচিত মানসিকতাৰে আক্ৰমণ কৰা ঘটনাত তেওঁলোক ক্ষুব্ধ হৈ উঠিছে বুলি কয়।

চাহ জনগোষ্ঠীৰ এনে বৰ্বৰোচিত কাৰ্য্যত অসমীয়া থলগিৰী লোক অতীষ্ঠ হৈ পৰা বুলি উল্লেখ কৰি আলফা স্বাধীনে চাহ জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকলক বিভিন্ন দল-সংগঠন তথা ৰাজনৈতিক নেতা সকলৰ সহযোগত এই বীভৎস কু-সংস্কাৰ বিলাক মষিমূৰ কৰিবলৈ আহ্বান জনায় অন্যথা বিষয় পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব বুলি সকীয়াই দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd