• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এন আৰ চি জাতীয় অভিশাপ; জাতিক বচাবলৈ আলফা নেতা জীতেন দত্তৰ ৮ টা পৰামৰ্শ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2019 2:07 pm
আলফা নেতা জীতেন দত্ত ফাইল ফটো

আলফা নেতা জীতেন দত্ত ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু আশা-প্ৰত্যাশাৰ অন্তত মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত ৩১ আগষ্টত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতে একাংশই ইয়াক সমৰ্থন জনোৱাৰ বিপৰীতে একাংশই ইয়াৰ বিৰোধিতা কৰিছে।  আনকি আছু, এ পি ডব্লিউৱে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছে।

Apply Now

এই সময়তে আলফা নেতা জীতেন দত্তই ফেচবুকৰ জৰিয়তে এন আৰ চিক সমালোচনা কৰি এন আৰ চি খন জাতীয় অভিশাপ হৈ পৰিল বুলি উল্লেখ কৰে।

‘ছবছৰীয়া অসম আন্দোলন, ৪০ বছৰীয়া অপেক্ষা আৰু ১৪ শ কোটি টকা খৰচ কৰি বাংলাদেশীক স্বদেশী বনোৱা হ’ল। কালিলৈকে ভয়ে ভয়ে থকা বাংলাদেশী কেইটাই এতিয়া বুকু ফিন্দাই আমাৰ আগত থিয় হৈ ভূমিৰ অধিকাৰ বিচাৰিব পাৰিব ৰাজনৈতিক অধিকাৰ বিচাৰিব পাৰিব।’ এইদৰে ফেচবুকত উল্লেখ কৰে আলফা নেতা জীতেন দত্তই।

‘এপাল এপাল সন্তান জন্ম দি ১০ বছৰৰ ভিতৰত আমাতকৈ দুগুণ জনসংখ্যাৰে অধিকাৰ প্ৰতিষ্ঠা কৰিব। গতিকে আজিৰ পৰাই শুভাৰম্ভ হ’ল অসমীয়া জাতি ধ্বংসৰ। মিঠাই খাই, মাংস খাই আজিয়ে খাই লওক। ক্ষমা কৰিবা হে শ্বহীদ সকল।’ ফেচবুকত মন্তব্য আলফা নেতা জীতেন দত্তৰ।

তাৰোপৰি জীতেন দত্তই জাতিক বচাবলৈ প্ৰতিজন খিঞ্জীয়া অসমীয়ক টোপনিৰ পৰা জাগক বুলি ছচিয়েল মিডিয়াত উল্লেখ কৰি লগতে অসমীয়া জাতি উদ্ধাৰৰ বাবে ফেচবুকৰ জৰিয়তে কিছু পৰামৰ্শ আগবঢ়ায়।

আলফা নেতা জীতেন দত্তই ফেচবুকত আগবঢ়োৱা পৰামৰ্শকেইটা ক্ৰমে

  • সকলো খিলঞ্জীয়াই বহিৰাগতক মাতি বিক্ৰী কৰাটো কঠোৰ ভাবে বন্ধ কৰক বা বাধা আৰোপ কৰক।
  • খিলঞ্জীয়াৰ যিবোৰ ভূমি আগতে সন্দেহযুক্ত বাংলাদেশীক খেতি কৰিবলৈ আধিত দিছিল সেইবোৰৰ নিজৰ হাতলৈ আনক।
  • বৰপেটাৰ সত্ৰৰ যিবোৰ ভূমি মিঞাই দখল কৰি আছে সেইবোৰ দখলমুক্ত কৰো ব’লক।
  • জন্ম নিয়ন্ত্ৰণৰ বাবে এখন কঠোৰ আইন বনাবলৈ সকলোৱে চৰকাৰৰ ওচৰত দাবী উৎত্থাপন কৰক। ই অতি জৰুৰী।
  • আহক আমি সিদ্ধান্ত লওঁ যে আজিৰ পৰা কোনো সন্দেহযুক্ত শ্ৰমিকক( NRC নাম থাকিলেও) কামত নলগাও বা কাকো লগাব নিদিওঁ।
  • অসমৰ চৰ চাপৰিত যিবোৰ মাটি দখল কৰি আছে সেইবোৰ দখলমুক্ত কৰিবলৈ চৰকাৰক দাবী জনোৱা হওক।
  • নিজৰ প্ৰয়োজনীয় সামগ্ৰী নিজে উংপাদন কৰিম নহ’লে লঘুনে থাকিম এই নীতিৰে অৰ্থনৈতিক সংগ্ৰাম খনত প্ৰতিজন যুবক জঁপিয়াই পৰক।
  • চৰ চাপৰিত সন্দেহযুক্ত লোক সকলে উৎপাদন কৰা কোনো ধৰনৰ শাক পাছলি ক্ৰয় নকৰো এই সংকল্প লওক৷ যিহেতু এতিয়া এনে ধৰণৰ সিদ্ধান্ত যদি খিলঞ্জীয়া অসমীয়াই নলয় তেন্তে জাতি নাবাচে ই ধুৰুপ৷ ৭১/৫১ কৰি এতিয়া লাভ নাই৷
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd